Tuesday, March 27, 2018

এটা free blog বনোৱাৰ পিছত কি কি কৰিব লাগে??? Full guide



Blogger.com ত এটা free blog বনোৱাৰ পিছত কি কি কৰিব লাগে???


  Blogspot .Com blog বনাই আপোনালোকে কিকি কৰিব লাগিব বা কেনেধৰণৰ আগবাঢ়িব লাগিব আজি এই article তোৰ মাধ্যমেৰে জনাম। প্ৰায় সকলোএ blog to বনাই লয়, কিন্তু তাৰ পিছত কি কৰিব লাগিব বা settings কেনেকৈ কৰিব লাগিব তাৰ সম্পূৰ্ণ জ্ঞান নাথাকে বা নাজানে। যাৰ কাৰণে এটা blog manage কৰিব নোৱাৰে। গতিকে আজি ইয়াৰ জড়িয়তে সকলো কথা মই আপোনালোকৰ লগত share কৰিম।

 এজন নতুন blogger এ এই সকলো কথা জানিব লাগিব যে blog বনোৱাৰ পিছত কি কি কৰিব লাগিব আৰু কি কি কৰিব নালাগিব। তেতিয়াহে এজন ভাল blogger হব পাৰিব।

   এটা free blog বনুৱাৰ পিছত main আৰু প্ৰথম কাম হৈছে নিজৰ blog তোক ভালদৰে design কৰা। প্ৰায়বোৰ traffic বা page viewers blog ৰ design চাই আহে। নিজৰ blog তোক এনেদৰে design কৰিব লাগিব যাতে যিকোনো person এ দেখি ভাল পাই। নিজৰ blog তোক ভালদৰে design নকৰাৰ কাৰণে আধা অংশ traffic নাহে। গতিকে আপোনালোকে blog create কৰাৰ পিছত যাতে ভালদৰে design কৰে। মই সকলো ওপৰত you tube ত video বনাম আৰু পাছত ইয়াত links তো দি দিম আপোনালোকে চাব পাৰিব।
     মই ইয়াত কিছুমান tips দিম যাৰ সহায়ত আপোনালোকে  নিজৰ blog তোক ভালদৰে design কৰিবও পাৰিব। আৰু এজন ভাল blogger হব পাৰিব।

 Free blog বনুৱাৰ পিছত কি কৰিব লাগিব??



 যদি আপোনালোকে 10 বা 15 post লিখি ললে আৰু social media মাধ্যমেৰে share ও কৰিলে, তাৰ পিছত কি কি কৰিব লাগিব এই বাক্য বোৰ পঢ়িলে সকলো clear হয় যাব।

 1) template :- এটা blog ৰ কাৰণে ভাল template বা theme select কৰা আগত , কেনেকুৱা theme ব্যৱহাৰ কৰিব লাগিব তাৰ বিষয়ে ভালদৰে জানিব লাগিব। মনত ৰাখিব এটা theme SEO free aru mobile free হব লাগিব যাতে mobile ত খুলিলে অলপো সময় নালাগে। সেইকাৰণে theme select কৰা সময়ত তলত দিয়া কেইটা মনত ৰাখিব।
     
      a) SEO friendly
      b) mobile friendly
      C) page fast loading
      d) simple colour theme
      e) clear menu bar.

 Blogger blog ৰ কাৰণে ভাল template select kora karone কিছুমান website আছে যত free template download কৰি use কৰিব পাৰে। তাৰ বিষয়ে মই পিছত কম।
  2) widget :- blog ৰ কাৰণে template select কৰা পিছত তাত কিছুমান important widget add কৰিব লাগে যেনেকৈ recent post, fb page, subscribe button, blog search আদি।
  3) Menu bar :- blog বনুৱাৰ পিছত তাত menu bar add kora বহুত important  হয়। blog ৰ post অনুসৰি menu bar ত topic select কৰি add কৰিব, যাতে users এ পঢ়োঁতে একো অসুবিধা নাপাই।
  4) Search box :- প্ৰায় বোৰ template ত search box add কৰা থাকে যদি আপোনাৰ template ত নাই তেন্তে আপুনি search box widget add কৰিব লাগিব।
  5) Traffic :- প্ৰতিটো blog ৰ কাৰণে traffic বহুত important হয়। traffic বঢ়াব কাৰণে আপোনালোকে social media ৰ সহায় লব পাৰে। যাৰ দ্বাৰা প্ৰায় সমূহ traffic পোৱা যায়। আপোনালোকে নিজৰ blog ত কেনেকৈ traffic বঢ়াব তাৰ কাৰণে ভালকৈ এটা article likhim  যাৰ কাৰণে আপোনালোকৰ বহুত সুবিধা হব নিজৰ blog ত traffic jabo কাৰণে।
  6) Search engine :- যেতিয়া আপোনাৰ blog বা website ভালদৰে design হৈ যাব তেতিয়া আপোনালোকৰ blog বা website ক search engine ত submit কৰিব লাগিব যাৰ দ্বাৰা আপোনাৰ blog Google, Bing, yahoo নিচিনা search engine ত show হব। আপোনালোকে নিজৰ blog কেনেকৈ search engine ত submit কৰিব মই ভালদৰে বুজাই দিম।
  7) Extra feature :- blog ত কিছুমান extra feature দিয়া থাকে জোনবোৰ কোনো কামৰ নহয়। যেনেকৈ powered by blogger, navigation bar,  template by, created by আদি। যদি আপোনাৰ blog ৱেবছাইট ৰ নিচিনা চাব বিচাৰে তেন্তে এইবোৰ remove koribo lagibo.
   8) Adsense ads :- যেতিয়া আপোনাৰ blog ত 500 view ahibo ধৰিব এদিনত তেতিয়া আপোনালোকে Adsense apply কৰিব পাৰিব। Adsense ads লগাই আপোনালোকে উপাৰ্জন কৰিব পাৰিব। ইয়াৰ বিষয়ে পিছত ভালদৰে বুজাম যে ই কেনেকৈ বনে বা ইয়াক কেনেদৰে ব্যৱহাৰ কৰে।
  9) Make money:- blog বনাই তাক ভালদৰে design কৰি, search engine, SEO free, আদি সকলো set কৰি যদি আপুনি আজৰি হৈ গল তেতিয়া আপুনি অকল blog ত ভালদৰে focus কৰিব লাগিব আৰু সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব জ আপুনি কিমান best কৰিব পাৰে, user ক কিমান happy koribo pare. যদি এজন ভাল blogger হব বিচাৰিছে তেন্তে আপুনি এনেকুৱা topic লিখিব লাগিব যাৰ দ্বাৰা আপুনি গোটেই দুনীয়ক manage কৰিব পাৰিব।
  10) Future time :- মই সদায় blog, website , make money online related বহুত article লিখি share কৰি থাকোঁ যদি আপুনি ও এইবোৰ পাই থাকিব বিচাৰোঁ তেন্তে আপোনালোকে আমাৰ website তো subscribe কৰি লব যাতে মই যেতিয়াই নতুন কিবা share কৰিম আপুনিও তাৰ নটিফিকেতিন পাই যাব। আৰু যদি এই post বোৰ পঢ়ি ভাল লাগে তেন্তে like , comment আৰু আনৰ লগত share ও কৰিব পাৰে।

ইয়াৰ পিছতো যদি আপোনালোকে বুজি পোৱাট কিবা অসুবিধা পাইছে তেন্তে comment কৰি জনাব মই নিশ্চয় reply কৰিম।

আশাকৰোঁ আপুনি এই post টু পঢ়ি নিশ্চয় কিছু কথা গম পালে। ধন্যবাদ

3 comments:

  1. Hey There. I discovered your blog the use of msn. This is a really well written article.
    I'll be sure to bookmark it and return to read extra of your helpful information.
    Thank you for the post. I'll definitely comeback.

    You are welcome to my blog: Cheapest smm panel

    ReplyDelete
  2. ছাৰ,মোৰ blogটো নতুন গতিকে ছাৰ চাব লাগে।
    https://new202mobile.blogspot.com/

    ReplyDelete
    Replies
    1. ছাৰ,মোৰ blogটো নতুন গতিকে ছাৰ চাব লাগে।
      https://new202mobile.blogspot.com/

      Delete