Showing posts with label Affiliate marketing. Show all posts
Showing posts with label Affiliate marketing. Show all posts

Sunday, March 25, 2018

Affiliate marketing কি হয়,,,,full guide



Affiliate কি হয়?? ইয়াৰ পৰা কেনেকৈ উপাৰ্জন কৰিব পাৰি??


   যেতিয়া মই প্ৰথম Blogging start কৰিছিলোঁ, তেতিয়া মই জনাই নাছিলোঁ যে without Adsense ৰ পৰাও বহুত উপাৰ্জন কৰিব পাৰি। আৰু তাৰ পিছত গম পালোঁ এই Affiliate marketing ৰ বিষয়ে। Adsense ৰ তুলনাত affiliate marketing ৰ পৰা ভালেখিনি উপাৰ্জন হয়। চাওঁ আহক ইয়াৰ সকলো process।

  আজি মই আপোনালোকক কম যে affiliate marketing কি হয়, ই কেনেকৈ কাম কৰে, ইয়াৰ পৰা কেনেকৈ উপাৰ্জন কৰিব পাৰি???  নিশ্চিত থাকক আপোনালোকক সকলো শুদ্ধ অৰ্থত বুজাম। অলপ সময় মন দি পঢ়িব বুলি আশা ৰাখিলো।

   আপোনালোকৰোঁ যদি blog, website আছে তেন্তে এই program tu ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াৰ পৰা নিশ্চয় লাভলান্দিত হব।


   Affiliate marketing ৰ সম্পূৰ্ণ বাৰ্তা--


 Affiliate marketing নতুন blogger সকলে প্ৰথমে ভালদৰে বুজি নাপাব। কাৰণ ই এটা বহুত ডাঙৰ platform হয়। হাজাৰ হাজাৰ company লগ হয় আছে এই platform টোত। এ এটা Adsense ৰ নিচিনা এ হয়। কিনটো ইয়াৰ ইমান rules are regulation nai যিমান Adsense ৰ আছে। যদি ইয়াৰ বিষয়ে ভালদৰে বুজি পাই গল তেন্তে আপোনালোকক বহুত সহজ লাগিব। এই article তোৰ জৰিয়তে মই affiliate সম্পৰ্কে কিছু কথা কম জোনটো কিয়নো আপোনালোকেও জানিব বিচাৰে।

   Affiliate marketing blog, website ৰ পৰা পৰা পইচা উপাৰ্জন কৰা এটা ভাল ৰাস্তা হয়। আজি হাজাৰ হাজাৰ company এ এই program তও offer more  ।  মানি লওক আপোনাৰ এটা blog বা website আছে। আৰু তাক আপুনি promotion কৰিব বিচাৰিছে, তেতিয়া আপুনি নিজৰ site ৰ affiliate service start কৰিব লাগিব যে আপোনাৰ কোনটো product ক promotion কৰিব বিচাৰিছে আৰু তাৰ বিনিময়ত আপুনি কিমান commission দিব। ইয়াৰ সকলো list বনাই আপুনি ইয়াক online কৰি দিব। তাৰ পিছত জুনে আপোনাৰ affiliate ত join কৰিব তেতিয়া আপুনি আপোনাৰ website ৰ links, banner, text , বা offer ৰ advertise Dino. তাৰ পিছত সেইজন ব্যক্তি এ নিজৰ blog বা website ত আপোনাৰ affiliate links ৰ text, banner, ads advertise লগাব আৰু তেওঁৰ customer ক আপোনাৰ company join কৰিব কব। আৰু অৱশেষত যেতিয়া সেইজন ব্যক্তিৰ site ৰ পৰা আপোনাৰ site লৈ আহিব, আৰু কিবা বস্তু কিনিব, তেতিয়া আপুনি সেই site ৰ owner ক বিক্ৰীৰ ওপৰত commission দিব লাগিব। 

 এতিয়া ত বহুত হাজাৰ হাজাৰ company ৰ affiliate internet ত available আছে। আপুনি জোনটিৰ পৰা বেছি উপাৰ্জন কৰিব পাৰিব তাক ব্যৱহাৰ কৰিব পাৰিব। তাত কোনো ধৰা বন্ধা নাই।


Affiliate marketing program ৰ পৰা income কেনেকৈ হয় ??


  যদি আপোনাৰ blog বা website আছে, তেতিয়া আপুনি যিকোনো এটা affiliate program join কৰিব পাৰিব। join কৰা পিছত সেই company এ আপোনাক text , banner, links আদি দিব , আৰু আপুনি সেই links তোক আপোনাৰ blog বা website ত লগাব লাগিব। যেতিয়া আন ব্যক্তি এ আপোনাৰ site r links ৰ ওপৰত click কৰিব আৰু সেই বস্তুটো বা যিকোনো বস্তু কিনে তেতিয়া আপোনাক সেই বস্তুটো বিক্ৰী কৰাৰ বাবদ company এ commission দিব আৰু আপোনাৰ income হব। এই income $1-$1000 লৈকে হব পাৰে। সকলো depend কৰিব বস্তুটোৰ price ৰ ওপৰত। মনত ৰাখিব বস্তু কিনিলেহে আপোনাৰ লাভ হব। আৰু আপোনাৰ blog বা website ত 1000 visitor থাকিব লাগিব। কম traffic থকা blog বা website ৰ পৰা একো লাভ নহয়।
    মই আপোনালোকক আকৌ কব বিচাৰিছোঁ যে product sell কৰিলেহে income হব। যদি মাহত 10-12 product sell কৰে তেন্তে নিশ্চয় আপোনাৰ income 12000-15000 হব।

Top affiliate website


  1) কোনটো affiliate market join কৰিব??


 আপোনালোকে যদি ভাবি আছে যে আপোনাৰ blog বা website ৰ কাৰণে কোনটো affiliate program Val হব, তেন্তে প্ৰথমে এইটো চাই লওক যে আপোনাৰ audience এ কি  বিচাৰে। আপোনাৰ site ত কি article বেছি কৈ search hoi, সেই অনুপাতে তাৰ related affiliate program use কৰিব পাৰে। আপোনালোকে কম দামৰ বস্তু যেনেকৈ জোতা , জিন্স, চাৰ্ট, চণ্ডল আদি affiliate program use কৰিব পাৰে। internet ত বহুত affiliate programmer আছে, আপোনালোকে যিকোনো ব্যৱহাৰ কৰিব পাৰে।


 2) Affiliate program join কৰিবলৈ পইচা লয় নেকি ??

    
  কোনো Affiliate program company এ join কৰোঁতে পইচা নলয়। যদি কোনোবা program join কৰোঁতে money pay option আহে তেন্তে আপোনালোকে সেইটো ignore কৰি দিব। internet ত বহিত free affiliate program use, apunaluke haibur use কৰিব।

  3) প্ৰতিটো company ৰ Affiliate program আছে নে নাই কেনেকৈ জানিব ??


   আজিৰ internet ত প্ৰায় বোৰ company ৰ affiliate program ase, তাতে যদি ভালদৰে জানিব হয়, তেন্তে আপোনালোকে company নাম লিখি তাৰ পিছত affiliate লিখি Google ত search কৰিব, যদি সেই company ৰ affiliate program ase তেতিয়া হলে তাৰ links দিয়া থাকিব।

 Note:-- আশা কৰোঁ আপোনালোকে এই article তোৰ জৰিয়তে affiliate marketing কি হয় নিশ্চয় ভালদৰে বুজি পালে, তাৰ পিছতো মই এটা কথা কব বিচাৰো, affiliate marketing ৰ ওপৰত ভালদৰে পঢ়ি ইয়াৰ সকলো জ্ঞান লৈ আপোনালোকে ইয়াক ব্যৱহাৰ কৰিব। 
  ইয়াৰ উপৰিও যদি কিবা সুধিব থাকে বা কিবা বুজি পোৱাট অসুবিধা পাইছে তেন্তে মোক comment ত জনাব, মই নিশ্চয় reply কৰিম।
 ধন্যবাদ।।।।।।