Showing posts with label Mobiles. Show all posts
Showing posts with label Mobiles. Show all posts

Monday, March 26, 2018

Oppo F7,,, Launch in india



Oppo F7 India launches: 25MP camera equipped with AI feature, price starting 21,990..


 Opportunity f7 launch in India, know price


  India ত আজি oppo f7 launch হয় গল। ইয়াৰ আটাইতকৈ বিশেষ কথা এইটোৱে যে ইয়াৰ 25 MP camera আছে জোনটো AI technology ৰ সহায়ত বহুত ভাল selfie experience দিব। যদি আপোনালোকে কিনিব বিচাৰিছে তেন্তে ইয়াৰ বিক্ৰী দিন হৈছে 2 April , 2018 । উপভোগ কৰক।



India ত সোমবাৰ এ launch হল। জোনটো মানুহে বহুত আশাৰে বাদ চাই আছিল। oppo f7 ৰ দুটা model launch হৈছে। 4GB Ram+ 64 GB Rom মডেলৰ দাম 21,990 টকা আৰু 6GB Ram+ 128GB Rom মডেলৰ দাম 26,990 টকা। এই phone কিনিব কাৰণে আপোনালোকে 2 April ৰ পৰা online বা offline যিকোনো মাধ্যমেৰে কিনিব পাৰে। 

 এতিয়া আহক চাওঁ ইয়াৰ কি কি feature আছে,,


গম পোৱা মতে ইয়াৰ এটা main point এইটোৱে যে এই mobile phone তোৰ camera quality বহুত ভাল জোনে 25 MP camera যোগান ধৰিছে। ইয়াৰ ভিতৰত HDR sensor ও আছে। ইয়াৰ বাহিৰে camera ত AR sticker option ও আছে। যাৰ বাবে আপুনি sticker photo তুলিব হলে বেলেগকৈ app install কৰিব নালাগে। লগতে AI beautification 2.0 ও আছে। phone তোৰ এই AI feature এ 269 তকৈও বেছি facial spots ক খাপ খাব পাৰিব জোনটোৱে selfie quality বহুত বেছি ভাল কৰিব। Oppo f7 মোবাইল তোৰ rear camera 16 MP আছে। 16 MP ৰ rear camera dual নহয় কিন্তু ইয়াত ফ/2.0 aperature , dual tone LED flash থাকিব। phone টোৱে 4k video ক support koribo. ইয়াৰ অন্নন্য feature kotha koboloi hole ইয়াৰ display 19:9 হয়। processor কথা কবলৈ গলে ই Media tel hello p60, 2GHz, 64bit octa core processor thakibo... ইয়াৰ operating system color OS 5.1ৰ হব জোনটো android 8.1 based কৰি হব।