Showing posts with label Admob earning. Show all posts
Showing posts with label Admob earning. Show all posts

Sunday, April 15, 2018

Admob কি হয়? ই কেনেদৰে কাম কৰে আৰু ইয়াৰ পৰা কেনেকৈ পইচা কমাব পাৰি।।




 Admob কি হয়? ই কেনেকৈ কাম কৰে?? Admob ৰ পৰা কেনেকৈ পইচা কমাব পাৰি।।।


 Internet ৰ পৰা পইচা কমাব কাৰণে বহুত মাধ্যম আছে কিন্তু এনে কিছুমান tools আছে যিবোৰ safe আৰু trusted হয়।।

 ইয়াৰে ভিতৰত google সকলোতকৈ বেছি বেছি পইচা দিয়া company হয়, যত বহুত লোক জড়িত হৈ আছে আৰু মাহে lakh টকা উপাৰ্জন কৰি আছে।

 Google ৰ পৰা পইচা কমোৱা আটাইতকৈ সহজ মাধ্যম হৈছে google adsence, যাৰ দ্বাৰা মানুহে নিজৰ website বা you tube channel ত google ৰ ads লগাই পইচা কমাই আছে।

 কিন্তু আজি মই আপোনালোকক google ৰে আন এটা কৌশলৰ বিষয়ে কম যাক বহুত কম লোকে জানে। ইয়াৰ পৰাও আপোনালোকে adsence ৰ নিচিনা পইচা কমাব পাৰিব যাক admob বুলি কোৱা হয়।

 আৰু আজি আমি এই admob ৰ বিষৰে শিকিম যে ই কি হয় বা কেনেকৈ কাম কৰে আৰু পইচা কেনেকৈ কমাব পাৰি।।।

 আলোনালোকে নিজৰ মোবাইলত নিশ্চয় বহু apps install কৰি থৈছে, আৰু এই apps বোৰ আপোনাৰ মোৰ নিচিনা মানুহে বনাই আছে। কিন্তু জানেনে এই apps সমূহ কেনেকৈ বনাই বা ইয়াৰ পৰা তেওঁলোকে কিমান পইচা কমাই আছে।।

 আজি মই আপোনালোকক কম যে আপোনালোকেও নিজে apps বনাই পইচা কমাব পাৰিব, ইয়াৰ কাৰণে আপোনাক এটা admob ৰ account।বনাব লাগিব।।

 তেন্তে চাও আহক।।।


 Admob কি হয়??


 Google admob প্ৰথমৰ পৰা google ৰ product নাছিলে। ইয়াক omar hamoui যে 10 april 2006 চনত বনাইছিলে। যাক পিছলৈ গৈ google company যে 750 million dollar দি november 2009 ত কিনি ললে।

 Admob এটা মোবাইল advertisement নেটৱৰ্ক হয়। যাক app developers এ নিজৰ apps ৰ লগত connect কৰি নিজৰ apps ৰ ওপৰত ads লগাব পাৰে আৰু তাৰ পৰা পইচা কমাব পাৰে।

 Google admob এ google adsence ৰ নিচিনা কাম কৰে। adsence ৰ সহায়ত যেনেকৈ website বা youtube channel ত ads লগাই পইচা কমাব পাৰি, ঠিক তেনেদৰে admob ৰ সহায়ত নিজৰ apps ত ads লগাই পইচা কমাব পাৰি।

 Admob ৰ পৰা আপোনালোকে android, ios, windows, flash lite, আৰু প্ৰায় বোৰ apps ক connect কৰিব পাৰে আৰু পইচা কমাব পাৰে।


 Admob ৰ পৰা পইচা কেনেকৈ কমায়।।


 Admob কি হয় ইয়াক জনাৰ পিছত আপোনালোকক এইটো জানিব লাগিব যে admob ৰ পৰা পইচা কমাই কেনেকৈ। admob ৰ পৰা পইচা কমাব কাৰণে প্ৰথমে আপোনালোকে কিছুমান কাম কৰিব লাগিব যেনেকৈ----

 1) প্ৰথমে আপোনালোকৰ ওচৰত এটা app থাকিব লাগিব, জোনটো আপুনি নিজেও বনাব পাৰিব বা কোনো apps developers ক দি বনুৱাব লাগিব।

 Free ত android app কেনেকৈ বনাই জানিBলৈ তলত comment কৰি জনাব মই ভালদৰে video সৈতে দেখাই দিম।।

 2) app বনুৱাৰ পিছত আপোনালোকে admob ৰ website ত গৈ admob account বনাব লাগিব।

 3) আপুনি আপোনাৰ app তোক playstore তো upload কৰিব লাগিব।

  এই সকলো কৰাৰ পিছত আপোনালোকে admob account ত গৈ তাত ads create কৰিব লাগিব, আৰু যি ads create কৰিব তাক আপোনাৰ apps ত লগাব লাগিব। 

 যেতিয়া আপোনাৰ app তোক playstore ৰ পৰা কোনোবাই ডাউনলোড কৰিব, আৰু তাক ব্যৱহাৰ কৰিব তেতিয়া সেই apps ত admob ৰ ads show হব আৰু যদি সেই ads বোৰত click কৰে তেন্তে আপোনাৰ double income হব।
 আৰু যেতিয়া আপোনাৰ app download বেছি হব তেতিয়া আপোনাৰ income ও বহুত বেছি হয় যাব।


 Admob ৰ পৰা বেছি পইচা কেনেকৈ কমাব পাৰি।।।


 যদি আপুনি apps পৰা বেছি পইচা কমাব বিচাৰিছে তেন্তে এটাই চিধা চিধি উপায় যে আপুনি আপোনাৰ apps ক popular কৰিব লাগিব। এনেকুৱা apps বনাব লাগিব জোনটো trending topic ৰ related হয়। যাৰ পৰা আপোনাৰ app বেছি বেছিকৈ download হব আৰু মানুহে ব্যৱহাৰ কৰিব তেতিয়া সেই apps ৰ ads ত click কৰিলে আপোনাৰ income বেছি হয় যাব।

 এনেধৰনে আপুনি বহুত পইচা উপাৰ্জন কৰিব পাৰে আৰু বহু লোকে মাহে লাখ লাখ পইচা উপাৰ্জন কৰি আছে।।


 Apps কিনি বা বিক্ৰী কৰি কেনেকৈ পইচা কমাব পাৰি।।


 যদি আপোনাৰ apps আগলৈ গৈ বহুত popular হৈ গল, তেতিয়া আপুনি apps তো বিক্ৰী কৰিও ভাল পইচা উপাৰ্জন কৰিব পাৰে। internet ত এনেকুৱা বহুত লোক আছে জোনে app কিনিব কাৰণে সদায় সাজু হৈ থাকে।।
 আপুনি তেনেকুৱা এজনক search কৰিব লাগিব জোনে আপোনাৰ apps ক বেছি পইচা দি কিনিব পাৰে তেতিয়া আপুনি বেছি ভাল মুনাফা পাব পাৰে।
 App বেচাৰ উপৰিও আপুনি apps কিনিও ভাল পইচা উপাৰ্জন কৰিব পাৰে। এনেকুৱা app চাব লাগিব জোনটো বহুত popular হয় আৰু তাক কিনি আপুনি playstore ত upload কৰি তাতকৈও বেছি পইচা কমাব পাৰিব।


 Admob ত কেনেধৰনৰ ads থাকে।।


 Admob তো adsence ৰ নিচিনা এ ads থাকে জোনটো মোবাইল friendly হয়। কিন্তু ইয়াত adsence ৰ নিচিনা link ads নাপাই। ইয়াত দুই প্ৰকাৰৰ ads থাকে image ads আৰু text ads।

 1) image ads :- ইয়াত আপোনালোকে তিনি ধৰণৰ ads দেখা পাব, jpeg, png, gif format। ইয়াত আপোনালোকে banner, mobile banner, leaderboard, rectangle, responsive ads ৰ size ত ads create কৰি আপোনাৰ apps ত লগাব পাৰিব।

 2) text ads :- text ads ত আপোনালোকে text ৰ format ত ads দেখা পাব। যেনেকৈ adsence ৰ text ads থাকে তেনেকৈ। ইয়াৰো 3 ধৰণৰ ads থাকে যেনেকৈ---
  a) headline
  b) destination url
  c) ad text line 1 ৰ 2


 আজি মই আপোনালোকক admob ৰ বিষয়ে কলো, আশা কৰোঁ এই article তো আপোনালোকে নিশ্চয় ভাল পালে। আৰু how to earn money online বাক্যৰ এটা শিতান শিকিব পাৰিলে।।। এতিয়াও যদি কিবা বুজি পোৱা নাই তেন্তে মোক তলত comment কৰি জনাব, মই আৰু ভালকৈ বুজাই দিম।।।

 যদি article তো পঢ়ি ভাল লাগিলে তেন্তে share কৰিব সকলোৰে লগত যাতে সকলোৰে পইচা কমোৱা জ্ঞান পাই আৰু জীৱনত অলপ হলেও পইচা উপাৰ্জন কৰিব পাৰে।। আকৌ আহিম বেলেগ এটা তথ্য লৈ।।।।এতিয়া লৈ ধন্যবাদ।।।।


Author -- Nekib Bhuyan