Showing posts with label Use mobile. Show all posts
Showing posts with label Use mobile. Show all posts

Friday, April 13, 2018

Mobile phone ব্যৱহাৰ কৰিলে লব লগীয়া সাৱধানতা।।।




নমস্কাৰ মই নেকিব, স্বাগতম জনাইছোঁ আমাৰ এই website লৈ।। আমি মই আপোনালোকক কম যে mobile phone ব্যৱহাৰ কৰিলে আমাৰ কি কি সমস্যা হব পাৰে। গতিকে সম্পূৰ্ণ তথ্য ভালদৰে পঢ়িব। গতিকে চাওঁ আহক।।।।


মোবাইল ফোন এ আমাক কি কি অপকাৰ কৰে ?


মোবাইল ফোন অবিহনে আমি আমাৰ জীৱনটো কল্পনাও কৰিব নোৱাৰো। এনেকুৱাকে অভ্যাস হৈ গল যে মোবাইলত call নাহিলেও আমাক লাগি থাকে যে ফোন আহিছে নেকি। এই অভ্যাস আচলতে বিপদৰ অভ্যাস হয়। মোবাইল ফোন আৰু মোবাইল tower ৰ পৰা ওলোৱা rediation আমাৰ শৰীৰৰ কাৰণে সমস্যাৰ সৃষ্টি কৰিব পাৰে। কিন্তু যদি আমি কিছুমান সাৱধানতা লওঁ তেন্তে আমি এনেবোৰ সমস্যাৰ পৰা বাচিব পাৰিম। গতিকে সম্পূৰ্ণ বার্তা আপোনালোকে পঢ়িব বুলি আশা ৰাখিলো।।।


 Radiation এ আমাৰ শৰীৰত সমস্যাৰ সৃষ্টি কৰে নেকি?


 মোবাইল rediation ৰ ওপৰত IIT Bombay ত  electrical engineer prof. Girish Kumar দেৱে বহুতো research paper তৈয়াৰ কৰিলে, তেওঁৰ মতে মোবাইল rediation ৰ পৰা বহুতো সমস্যা হব পাৰে। তাৰ ভিতৰত মূৰৰ বিষ, মূৰৰ ঝিনজিননী, প্ৰায় ভাগৰ অনুভৱ, মূৰ ঘৰণী, টোপনি নোহোৱা, depression ত অহা, কামত ধ্যান নলগা, কান বজা, কাণেৰে নুশুনা, মগজুত প্ৰভাৱ, পাঁচোনতন্ত্ৰত প্ৰভাৱ, নিয়মিত ভয়, গাঁঠিৰ বিষ আদি বিভিন্ন বেমাৰ।


 এইবোৰ সমস্যাৰ বাহিৰে mobile rediation ৰ পৰা আৰু কি কি বেমাৰ হব পাৰে?


 অধ্যয়নে কয় যে rediation ৰ পৰা দীঘলীয়া সময়ৰ পিছত প্ৰজনন ক্ষমতাত কমি হব পাৰে। কেঞ্চাৰ , brain টিউমাৰ, মিছ কাৰাজ ৰ আশংকাও হব পাৰে। আচলতে আমাৰ শৰীৰত 70% পানী আছে। মগজুটো 90% পানী থাকে। এই পানীয়ে লাহে লাহে body rediation ক observe কৰে। আৰু আগলৈ গৈ শৰীৰৰ কাৰণে বহুতে লোকচানদায়ক হয়। বহুতো সংস্থান অনুসৰি পিছলৈ গৈ কেঞ্চাৰ হোৱাৰো আশংকা আছে।। ইন্টাৰফোন ইষ্টেডি ত কোৱা হৈছে যে সদায় দিন আধা ঘন্টা বা তাৰ ওপৰত ব্যৱহাৰ কৰাত 8-10 বছৰৰ ভিতৰত brain tumer হোৱাৰ আশংকা 200-400% বাঢ়ি যায়।।


 Rediation কেই প্ৰকাৰৰ হয়??


 Microwave rediation on electromagnetic waves ৰ কাৰণে হয়, যাৰ frequency 1000-3000 megahertz হয়। microwave oven, AC, wireless computer, cardless phone, আৰু বেলেগ wireless device ও rediation জনমাই। কিন্তু মোবাইল বেছিকৈ ব্যৱহাৰ কৰাৰ কাৰণে ইয়াৰ rediation এ বেছিকৈ শৰীৰত প্ৰভাৱ পেলাই। মোবাইল rediation দুই প্ৰকাৰৰ হয়, এটা হৈছে মোবাইল tower, আৰু আনটো হৈছে মোবাইল ফোন।


 Rediation ৰ পৰা কাৰ বেছি লোকচান হয়??


  Max healthcare ত consultant neurologist Dr. Punit Agarwal দেৱৰ তথ্য অনুসৰি মোবাইল rediation সকলোৰে কাৰণে বহুতে লোকচান দায়ক হয়। কিন্তু সৰু লৰা ছোৱালী, মহিলা, বয়োজ্যেষ্ঠ ব্যক্তি, ৰোগী আক্ৰান্ত ব্যক্তিৰ ইয়াতকৈ ও বেছি লোকচান হয়। আমেৰিকাৰ food & drags administration এ কয় যে সৰু লৰা ছোৱালী এ কেতিয়াও বেছিকৈ মোবাইল ফোন ব্যৱহাৰ কৰিব নালাগে, আৰু speaker phone বা handset ব্যৱহাৰ কৰিব লাগে যাতে নিজৰ মূৰ আৰু মোবাইলৰ মাজত অলপ দুৰী থাকে যেন। একেবাৰে সৰু পানী কেঁচুৱা বা গৰ্ভৱতী মহিলাও মোবাইল ফোন ব্যৱহাৰ কৰিব নালাগে।


 Mobile phone নিজৰ লগত কত ৰাখিব লাগে??


 মোবাইল ফোন নিজৰ লগত থাকিলে কত থব লাগে তাৰ কোনো উপায় ওলোৱা নাই। মোবাইল ফোন pocket আদিত ৰাখিলেও কিবা হব পাৰে তাৰো কোনো উপায় নাই ওলোৱা।। কিন্তু বিভিন্ন প্ৰক্ৰিয়া অনুসৰি মহিলা সকলে মোবাইল ফোন নিজৰ purse ত  আৰু পুৰুষ সকলে কঁকালত belt লগাই মোবাইল cover সৈতে ৰাখিব লাগে।




 Metro বা Lift ত মোবাইল ব্যৱহাৰ কৰিলে কি কি ধ্যান ৰাখিব লাগে??


 Metro বা lift ত মোবাইল ব্যৱহাৰৰ পৰা ৰক্ষা পাওক, কাৰণ ইয়াৰ signal বাহিৰত ওলাব নোৱাৰা কাৰণে আমাৰ শৰীৰত আক্ৰমণ কৰে। আৰু লগতে এনেবোৰ ঠাইত signal কম হোৱাৰ কাৰণে আমাৰ শৰীৰৰ বহুত লোকচান হয়।


 কাৰ পৰা বেছি লোকচান হয়, মোবাইল নে tower??


 Prof. Girish Kumar দেৱৰ মতে, মোবাইল ফোন আমাৰ একেবাৰে ওচৰত থাকে গতিকে ইয়াৰ পৰা আমাৰ বেছি লোকচান হব পাৰে। কিন্তু বেছি অসুবিধা মোবাইল tower ৰ পৰা হয়, কাৰণ আমি মোবাইল ফোন একেৰাহে ব্যৱহাৰ কৰি নাথাকো, যত মোবাইল tower এ 24 ঘণ্টা rediation বিয়পাই থাকে। যদি আমি মোবাইলত এক ঘণ্টা কথা পাতো, তেতিয়া সেই rediation ৰ পৰা হোৱা ক্ষতি পূৰণ কৰিবলৈ 23 ঘণ্টা সময় বাকী থাকে। যত tower ৰ ওচৰত থকা মানুহ সকলে একেৰাহে ওলোৱা rediation boli হব লগা হয়। যদি ঘৰৰ ওচৰত tower লগোৱা আছে তেতিয়া সেই tower ৰ ওচৰে পাজৰে থকা মানুহে 2-3 বছৰ ভিতৰত বৃহৎ বেমাৰ হব পাৰে। Mumbai ৰ usha kiran building ত কেঞ্চাৰ বেমাৰৰ লক্ষণ এই মোবাইল tower rediation ৰ কাৰণে হোৱা বুলি উল্লেখ কৰিছে। film actress juhi chawla এ মূৰৰ বিষ আৰু শৰীৰৰ বেলেগ সমস্যা হোৱাৰ কাৰণে নিজৰ ঘৰৰ ওচৰত থকা 9 তা mobile tower আতঁৰালে।


 Mobile tower ৰ পৰা কোনটো area বেছিকৈ লোকচান হয়??


 মোবাইল tower ৰ পৰা 300 মিটাৰ ঠাই সকলোতকৈ বেছি rediation হয়। antena থকা অংশৰ পৰা বেছিকৈ তৰংগ ওলাই। তল আৰু পিছৰ অংশৰ তুলনাত সন্মুখৰ পৰা rediation বেছি লোকচান কৰে। tower ৰ এক মিটাৰ area ত 100 গুণতকৈ বেছি rediation হয়। tower ত যিমান antena লগোৱা থাকিব, rediation ও সিমান বেছি হব।


 কিমান দেৰি লৈকে মোবাইল ব্যৱহাৰ কৰা ভাল হয়??


 বৰ্তমান সময়ত মোবাইল ফোন বহুতে জৰুৰী হয় গল, যিহেতু প্ৰত্যেক কাম মোবাইল ফোনতে হয় যায়। কিন্তু মনত ৰাখিবলগীয়া কথা যে দিনটোত 24 মিনিট লৈকে মোবাইল ফোন ব্যৱহাৰ কৰা শৰীৰৰ কাৰণে বহুত উত্তম। ইয়াত এইটো মন কৰিব লগীয়া যে আপোনাৰ মোবাইলৰ SAR value কি হয়। বেছি SAR value ৰ ফোনত কম কথা পতা আৰু কম SAR value ৰ ফোনত বেছি সময় কথা পতা বেছি লোকচান দায়ক হয়। বেছি সময় কথা পতাৰ কাৰণে landline ব্যৱহাৰ rediation ৰ পৰা বচাৰ একমাত্ৰ উপায়।




 Real fact ঘটনা


 2010 ত WHO ৰ এটা অনুসন্ধানত ওলালে যে মোবাইল rediation ৰ পৰা কেঞ্চাৰ হোৱাৰ ভয় আছে।
 Hungry ত scientist এ পালে যে যি যুৱকে বেছি মোবাইল ফোন ব্যৱহাৰ কৰিছিলে তাৰ sex power অৰ্থাৎ sperm কমি গল।
 Germany ত হোৱা অনুসন্ধানত পালে যে যি লোকে transmeter antena ৰ 400 মিটাৰ area ত আছিলে তেওঁলোকৰ কেঞ্চাৰ হোৱা আশংকা 3 গুণ বাঢ়ি গল। 400 মিটাৰ area ত transmission বাকী area ৰ তুলনাত 100 গুণ বেছি হয়।
 Kerala ত এটা অনুসন্ধানত গম পালে যে মোবাইল tower ৰ পৰা হোৱা  rediation ৰ ফলত 60% মধু মাখি জনসংখ্যা কমি গল।
 2010 ত interphone study এ কয় যে বেছি দেৰিলৈকে মোবাইল ব্যৱহাৰ কৰিলে tumer হোৱাৰ আশংকা বহুত বেছি হয় যায়।


 Tower ৰ rediation ৰ পৰা কেনেকৈ বাচিব পাৰি।।


 Rediation ৰ পৰা বাচিব কাৰণে এই উপায় সমুহ হব পাৰে।
 মোবাইল tower ৰ পৰা যিমান পাৰে দূৰত থাকিব।।
 Tower company ক antena ৰ power কম কৰিব কব।।
 যদি ঘৰৰ একেবাৰে ওচৰত মোবাইল tower আছে তেন্তে ঘৰৰ খিৰিকী দৰ্জা সমূহ বন্ধ কৰি ৰাখিব।।
 ঘৰত rediation detector সহায়ত rediation level check কৰিব। জোনটো area ত rediation বেছি হয়, সেই ঠাইত কম সময় কটাব।
 Detex নামৰ rediation detector যন্ত্ৰ কিনিব পাৰে মূল্য 5000 ।।
 ঘৰৰ খিড়িকীত পৰাপক্ষত কাঠ লগাব, glass ব্যৱহাৰ নকৰিব। কাৰণ সকলোতকৈ বেছি glass ৰ পৰা rediation আহে।
 খিৰিকী দৰ্জাত পৰাপক্ষত shielding পৰ্দা লগাব।
 কাৰণ এনে পৰ্দা এ rediation ৰোধ কৰি থয়।


 কম signal পোৱা সময়ত মোবাইল ব্যৱহাৰ কৰিব পাৰিনে??


 যদি মোবাইল ত signal কম আহি আছে তেন্তে মোবাইল ব্যৱহাৰ নকৰিব কাৰণ এই সময়ত rediation বহুত বেছি হয়। সম্পৃৰ্ণ signal অহাৰ পিছতে মোবাইল ব্যৱহাৰ কৰিব লাগে। ঘৰৰ খিৰিকী বা দৰ্জাৰ ওচৰত মোবাইল ব্যৱহাৰ কৰিব লাগে কিয়নো ইয়াৰ পৰা তৰংগ বোৰ বাহিৰ ওলাবলৈ ৰাস্তা পায়।


 ৰাতি হোৱাৰ সময়ত মোবাইল ফোন লগত লৈ শুব লাগে নেকি??


 প্ৰতিটো সময়ত মোবাইল ফোন pocket ত লৈ নুফুৰিব, বা ৰাতি হোৱা সময়ত ভুলটো বিচনাত বা গাৰো তলত লয় নুশুব। কাৰণ মোবাইল এ প্ৰত্যেক মিনিট ত tower ক signal পঠিয়াই। গতিকে ফোন pocket ত লৈ বেছি সময় নকটাব বা হোৱাৰ সময়তো ওচৰত লৈ নুশুব। পাৰিলে 2 feet দূৰত ৰাখিব।


 Shirt ৰ pocket ত মোবাইল থোৱা ভাল নে??


 Heart expert Dr. Ashok Seth ৰ মতে, বৰ্ত্তমান লৈকে মোবাইল rediation আৰু heart ৰ মাজত বিশেষ কোনো বেমাৰ হোৱাৰ পৰিলক্ষিত হোৱা নাই। কিন্তু মোবাইল বেছিকৈ ব্যৱহাৰ কৰা বা মোবাইল tower ৰ ওচৰত প্ৰায় থকাৰ কাৰণে বেলেগ বেমাৰৰ লগে লগে heart ৰ বেমাৰো হোৱাৰ সম্ভাৱনা আছে। আৰু যিকোনো ব্যক্তিয়ে কেতিয়াও মোবাইল ফোন নিজৰ shirt ৰ pocket ত থব নালাগে। কাৰণ কম signal পোৱা ঠাই সমূহত rediation বেছি হয় যাৰ কাৰণে heart ৰ বেমাৰত ভুগিব লগা হব পাৰে। 


 যদি শৰীৰত পেছমেকাৰ লগোৱা আছে তেন্তে মোবাইল কেনেদৰে ব্যৱহাৰ কৰিব লাগে??


 Prof. Ashok seth ৰ মতে, যদি শৰীৰত পেছমেকাৰ লগা আছে তেন্তে মোবাইলত 1 feet দূৰৰ পৰা কথা পাতিব লাগে। শৰীৰত লাগি থকা device এ electric signal paida কৰে, যাৰ লগত মোবাইলৰ signal এ দখল দিব পাৰে। এনেকুৱাত শৰীৰত কম বা বেছি signal পাব পাৰে। গতিকে এনে ক্ষেত্ৰত bluetooth বা handfree device  বা speaker on কৰি কথা পাতিব লাগে। পেছমেকাৰ যিফালে লগোৱা আছে সেইফালে ভুলটো মোবাইল থব নালাগে। 


 Pant ৰ pocket ত মোবাইল থলে sperm ত প্ৰভাৱ পৰে নেকি??


 বহুতো গৱেষণাৰ মতে, বৰ্তমান লৈকে ইয়াৰ শেহতীয়া প্ৰমাণ ওলোৱা নাই। কিন্তু প্ৰায় সমূহ doctor ৰ মতে pant ৰ pocket ত মোবাইল থলে sperm কম হয় যায় বা সন্তান জন্মাব পৰা শক্তি নাই হয় যায় বুলি কয়। গতিকে পৰাপক্ষত এনে কৰা পৰা বঞ্চিত থাকিব।


 কাণত bluetooth লগাই কথা পাতিলে ক্ষতি হয় নেকি??


 যদি আমি bluetooth ব্যৱহাৰ কৰোঁ তেন্তে আমাৰ শৰীৰত rediation অলপ বেছিকৈ observe হয়। যদি আমি bluetooth on কৰোঁ তেতিয়া 10 মিলি ৱাত power অতিৰিক্ত ওলায়, মোবাইলৰ পৰা ওলোৱা power ৰ লগে লগে শৰীৰে ইয়াকো observe কৰি লয়। এনেক্ষেত্ৰত যদি আপুনি bluetooth ৰ দ্বাৰা কথা পাতে তেন্তে মোবাইল শৰীৰৰ পৰা আঁতৰত থব। পাৰিলে 1 feet দূৰত।


এইটোৱে আছিলে আপোনালোকক জনাবলগীয়া গুরুত্বপূর্ণ তথ্য। আশা কৰোঁ এই সমূহ বাৰ্তা পঢ়ি আপোনালোকে নিজৰ জীৱনত সাৱধানতা অৱলম্বন কৰে যেন। 

 মই আপোনালোকৰ কাৰণে সদায় এটা এটা তথ্য লৈ আনো। জোনটো আপোনালোকৰ কাৰণে বহুতে জৰুৰী হয়। এই post তো পঢ়ি কেনে লাগিলে নিশ্চয় comment কৰি জনাব। যদি সচাই এই বাৰ্তা বহুতে গুৰুত্বপূৰ্ণ তেন্তে সকলোৰে লগত share কৰক। যাতে সকলোৱে জীৱনত সাৱধানতা অৱলম্বন কৰে।


 আকৌ এটা নতুন বাৰ্তা লৈ আহিম আপোনালোকৰ কাৰণে, এতিয়ালৈ ধন্যবাদ।।।।



Author -- Nekib Bhuyan