Showing posts with label Voter list. Show all posts
Showing posts with label Voter list. Show all posts

Thursday, April 12, 2018

Voter list কেনেকৈ চাব বা কেনেকৈ download কৰিব।। 2018



 নমস্কাৰ মই Nekib, আৰু আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ website লৈ।।  আজি আমি জানিম যে voter list ত কেনেকৈ নাম চাই, বা voter list কেনেকৈ download কৰে।। how to see your voter list, how to download voter list?



 বৰ্তমান 2018 ৰ যি voter list সেইখন মুকলি হৈছে। গতিকে যিসকলে voter ID ৰ কাৰণে আবেদন কৰিছিলে সেইসকলে চাব পাৰিব বা voter list খন download কৰিব পাৰিব।।। ইয়াক চাবৰ কাৰণে আপোনালোকে চৰকাৰী website লৈ যাব লাগিব। আৰু সেই website খোলাৰ লগে লগে সকলো ৰাজ্যৰ voter list ৰ বিষয়ে দিয়া আছে তাত আপোনালোকে download কৰিব পাৰিব। তাত ভালদৰে পঢ়িলে আৰু বহুতো কথা জানিব পাৰিব।।।

 আপোনালোকে ইয়াৰ বিষয়ে জানিব হলে www.eci.nic.in  website লৈ যাব লাগিব যত ভাৰতৰ সকলো ৰাজ্যৰ voter list উপলবদ্ধ আছে। গতিকে মই আপোনালোকক step by step কয় দিছোঁ কেনেকৈ খুলিব, ভালদৰে পঢ়িব।।।।।

 Step 1 :- প্ৰথমে আপোনালোকে নিজৰ মোবাইলত Google chrome বা যিকোনো browser ত  www.eci.nic.in type কৰিব।


 Step 2:- ইয়াত আপোনালোকে election commission of India যত লিখা আছে তাত click কৰিব photo ত দেখুৱা ধৰণে।


 Step 3:- তাৰ পিছত আপোনালোকে electrol roll যত লিখা আছে photo ত দিয়া ধৰণে তাত click কৰিব।


 Step 4:- তাৰ পিছত photo ত দিয়া ধৰণে এখন window open হব। link to PDF e-rolls যত লিখা আছে তাত আপোনালোকে click কৰিব।



 Step 6:- ইয়াত এনেধৰণৰ এখন window open হব। ইয়াত আপোনালোকে ৰাজ্য select কৰি click কৰিব।


 Step 7 :- তাৰ পিছত এনেধৰণৰ page open হোৱা দেখা পাব। ইয়াত বাওঁফালে ওপৰত দেখিব PDF electoral rolls of assam লিখা আছে, তাত click কৰিব।



 Step 8 :-  আকৌ new window এটা open হব যত আপোনালোকৰ district, town, village, আৰু L.P. school select কৰিব লাগিব।



 Step 9 :- অৱশেষত আপোনালোকে নিজৰ voter list click কৰি download কৰিব পাৰিব।।।


 গতিকে এইটোৱে আছিলে আপোনালোকক জনাবলগীয়া এটা বাৰ্তা। এই বাৰ্তা পাই আপোনালোকে কি অনুভৱ কৰিলে comment কৰি নিশ্চয় জনাব। আৰু কিবা সুধিবলগীয়া থাকি জনাব। মই নিশ্চয় reply দিম।

 আজি আপোনালোকে নিশ্চয় গম পালে যে এটা voter list কেনেকৈ download কৰে বা voter list ত কেনেকৈ নাম চাই। আশাকৰোঁ এই বার্তাৰ পৰা আপোনালোকে নিশ্চয় কিবা শিকিলে। ভৱিষ্যতে এনেধৰণৰ বাৰ্তা সমূহ পাই থাকিব কাৰণে আমাৰ website তো subscribe কৰি থব। মই সদায় আপোনালোকৰ কাৰণে জানিবলগীয়া বহুতো কথা লিখি থাকোঁ।

 মোৰ এনে বাৰ্তা লিখা কোনো বিশেষ কাৰণ নাই । জনসাধাৰণক সহজ উপায়েৰে সকলো কথা বুজোৱা মোৰ প্ৰধান লক্ষ। এই বাৰ্তা পাই যদি আপোনালোকে কিবা এটা কথা শিকিলে তেন্তে সকলোৰে লগত share কৰিব।

 আজিলৈ ইমানেই আকৌ এটা নতুন বাৰ্তা লৈ আনিম আপো লোকৰ কাৰণে, এতিয়ালৈ ধন্যবাদ।।।।