Showing posts with label Adsence. Show all posts
Showing posts with label Adsence. Show all posts

Tuesday, April 17, 2018

What is Google Adsense? How is it work full guide.



 Google adsence কি হয়। google adsence কেনেকৈ কাম কৰে আৰু ইয়াৰ পৰা কেনেকৈ পইচা কমাব পাৰি।।।


 নমস্কাৰ মই নেকিব, স্বাগতম জনাইছোঁ আমাৰ website লৈ।।

 বৰ্তমান যুগ digital marketing। আৰু জিকোনো ব্যক্তিয়ে মাহত বহু বহু পইচা earning কৰি আছে। কিন্তু কেনেকৈ কৰিছে , গতিকে মই আজি আলোনালোকক কম internet ৰ পৰা বা google adsence ৰ পৰা কেনেকৈ পইচা কমাব পাৰি।

 Google adsence এনেকুৱা এটা website হয় jor পৰা মানুহে লাখ লাখ পইচা কমাই আছে। যদি আপোনাৰ blog, website, youtube channel আছে তেন্তে আপুনি নিশ্চয় google adsence ৰ পৰা কেনেকৈ পইচা কমাব পাৰি ভালকৈ জানে।। কাৰণ online পইচা কমোৱা প্ৰতিজন মানুহে বিচাৰে যাতে নিজৰ এটা google adsence account থাকক। লাগিলে তেওঁৰ এটা নতুন blog থাকক বা youtube channel।।


 Google adsence ৰ এটা ডাঙৰ কাৰণ এইটোৱে যে ই আটাইতকৈ বেছি পইচা দিয়া এটা ডাঙৰ network হয়। আৰু মানুহে ইয়াৰ পৰা মাহত লাখ টকা earn কৰি আছে।

 যদি আপুনি internet ৰ পৰা পইচা কমাব বিচাৰিছে তেন্তে google adsence এটা ভাল বিকল্প হয়। কিন্তু ইয়াৰ মানে এইটো নহয় যে আপুনি অতি সোনকালে google adsence ৰ পৰা লাখ টকা income কৰিব পাৰিব।।

 ইয়াৰ কাৰণে আপুনি যথেষ্ট কষ্ট কৰিব লাগিব আৰু অলপ অপেক্ষাও কৰিব লাগিব। যিহেতু কষ্ট আৰু চেষ্টাৰ অখাদ্য একো নাই। sabar কা ফল মিঠা hota সে।।।

 তেন্তে আজিৰ এই article ত মই আপোনালোকক কম যে google adsence কি হয়, ই কেনেকৈ কাম কৰে আৰু google adsence ৰ পৰা কেনেকৈ পইচা কমাব পাৰি।।।


 Google adsence কি হয়


 Google adsence এনেকুৱা এটা program হয়, জোনটো blog, website youtube ৰ কাৰণে বিষেককৈ বনাইছে। adsence google ৰে এটা cost per click (cpc) advertising network হয়। ই publisher ক নিজৰ blog youtube ত ads লগাব দিয়ে। এই ads কেইবাপ্ৰকাৰৰো হব পাৰে, যেনে automatic ads, video interactive etc।।

 ইয়াত এটা কথা মন কৰিবলগীয়া যে google adsence এ আপোনাৰ blog বা youtube ৰ topic ৰ ওপৰত নিৰ্ভৰ কৰি ads show কৰায়। যদি আপুনি education বা technology ওপৰত blog বা youtube channel আছে তেন্তে ads ও সেই education বা technology topic ৰ ওপৰতে ads show কৰাই যাৰ visitor ৰ কোনোধৰণৰ সমস্যা নহয়।

 Adsence ৰ ads আপোনাৰ site ত show কৰাব কাৰণে প্ৰথমে আপোনাক adsence ৰ account ৰ কাৰণে apply কৰিব লাগিব।

 যদি আপোনাৰ এবাৰ adsence account ভালদৰে সম্পূৰ্ণ approve হয় গল তেতিয়া adsence account open কৰি ads create কৰি আপোনাৰ blog website ত লগাই পইচা কমাব পাৰিব।


 Google adsence account কেনেকৈ কাম কৰে।।


 Adsence কি হয় ইয়াক জনাৰ পিছত আপুনি ভাবি আছে যে ই কাম কৰে কেনেকৈ।। যদি এইটো ভালদৰে শিকি লৈ তেন্তে আপুনি adsence ৰ পৰা বহুত পইচা কমাব পাৰিব।।

 প্ৰথমে আপোনালোকে এইটো জানিব লাগিব যে publisher আৰু advertiser কাক কোৱা হয়।।

 Publisher - publisher মানে আপুনি, যাৰ blog website বা youtube channel আছে।
 Advertiser - advertiser হল এটা person বা company যিয়ে নিজৰ product ক famous কৰিব কাৰণে ads ৰূপে blog website ত show কৰাব বিচাৰে।

 যেতিয়া যিকোনো advertiser ক নিজৰ product বা service promote কৰাব হয়, তেতিয়া কাৰো website ত নগৈ direct google adsence জৰিয়তে আপোনাৰ website ত ads show কৰায়। 

 যাৰ সলনি advertiser এ google adsence ক পইচা দিয়ে, আৰু তাৰে অলপ পইচা google adsence এ নিজৰ লগত ৰাখে আৰু বাকী পইচা সেইসকলোক দি দিয়ে যাৰ website বা youtube ত ads show হয়।। 

 ইয়াৰ অৰ্থ হৈছে যে যদি কোনো advertiser ৰ google adsence ক  $100 দিয়ে ads show কৰাব কাৰণে, তেতিয়া তাৰে $68 আপোনাক দিব আৰু বাকী অংশ google adsence এ ৰাখি থয়। গতিকে এনেদৰে কাম কৰে google adsence এ।।। 


 Google adsence ৰ পৰা কিমান টকা কমাব পাৰি।।


 Google adsence ৰ পৰা কিমান টকা উপাৰ্জন কৰিব পাৰি তাৰ কোনো নিৰ্দিষ্ট সীমা নাই।। সম্পূৰ্ণ depend কৰিব বহুটো important কথাৰ ওপৰত।

 যেনে আপোনাৰ site ত কিমান traffic আহে, কোন কোন দেশৰ পৰা বেছিকৈ ট্ৰেফিক আহে, আপোনাৰ content কেনেকুৱা হয় সকলো কথাৰ ওপৰত depend কৰিব।।

 আৰু বহুতো মনকৰিবলগীয়া কথা আছে যেনে আপোনাৰ site ত traffic কিমান আহে, যিমান traffic আহিব আৰু আপোনাৰ site ত থকা ads চাব বা click কৰিব সিমানে বেছি আপোনাৰ earning হব।।

 যদি এনেবোৰ কথা সদায় মানি চলে তেনেতে google adsence ৰ পৰা লাখ টকাও কমাব পাৰিব।।

 আজি এই article ৰ জৰিয়তে আপোনালোকে নিশ্চয় গম পালে যে google adsence কি হয়, ই কেনেকৈ কাম কৰে আৰু ইয়াৰ পৰা কেনেকৈ পইচা কমাব পাৰি।।

 যদি ইয়াৰ বাহিৰেও কিবা বুজিব আছে তেন্তে তলত comment কৰিব পাৰে। মই ভালদৰে বুজাব চেষ্টা কৰিম।।

 আকৌ আহিম এটা নতুন বাৰ্তা লৈ , এতিয়ালৈ ধন্যবাদ।।