Showing posts with label Make money online. Show all posts
Showing posts with label Make money online. Show all posts

Sunday, April 15, 2018

How to make money online, 20 tricks, 2018 full guide




 How to make money online 20 tricks. Internet পৰা কেনেকৈ পইচা কমাব পাৰি। 20 তা পদ্ধতি।।।


 আপুনি জানেনে internet ৰ পৰা কেনেকৈ আৰু কিমান পইচা কমাব পাৰি।।। পইচা কমাবলে যিকোনো মানুহে বিচাৰে । কাৰণ আজিৰ যুগত পইচায়ে সকলো। পইচা থাকিলে সকলো কৰিব পাৰি নাথাকিলে শুদা ভাতৰ কথা হে চিন্তা কৰা হয়। বৰ্তমান সময়ত নিবনুৱা সমস্যা বহুত বাঢ়ি গৈছে যাৰ ফলত বহু লোকে চাকৰি নাপাই খেতি বাতি কৰি পেটে ভাতে চলিব ধৰিছে। ইয়াৰ লগে লগে internet ৰ পৰা পইচা কমোৱা কথা বহুতে সঠিক কৈ নাজানে, যিহেতু internet তো বহুত fake কাম আছে। গতিকে মই আজি আপোনালোকক সঠিক ৰাস্তা দেখুৱাম যাৰ পৰা আপোনালোকে নিশ্চয় পইচা উপাৰ্জন কৰিব পাৰিব আৰু জীৱনটো সুখীৰ লগত পাৰ কৰিব পাৰিব।।।

 এনেকুৱা পইচা কমোৱা উপায় internet ত ইমান আছে যে তাক হিচাব কৰা উপায় নাই।। কিন্তু যদি আপুনি সত্য উপায় পাই যায় তেতিয়া আপোনাক পইচা কমোৱাৰ পৰা কোনোৱে বাধা দিব নোৱাৰে।।।

 আজি মই আপোনালোকক এনে কিছুমান উপায় কথা কম যত আপোনালোকে ঘৰত বহি বহিয়ে মাত্ৰ অলপ সময় দি পইচা কমাব পাৰিব।।।

 গতিকে এই article তো ভালদৰে এটা এটা line পঢ়িব, নহলে একো বুজি নাপাব।।

 বহু লোকে internet ত search কৰে যে how to make money online, how to earn money from internet, how to earn money from home, আদি।।। যত বহু লোকে ইয়াৰ সঠিক কথা বুজি পাই যায়, কিন্তু বহুতে ইয়াক বুজিবলৈ বহুত দিগদাৰ হয়।।।

 এতিয়া মই আপোনালোকক 20 তা সঠিক উপায় কথা কম , তাৰ ভিতৰত জোনটো ভাল লাগে আপোনালোকৰ পছন্দ অনুসৰি ব্যৱহাৰ কৰিব পাৰে।।।

 Internet ৰ পৰা কেনেকৈ পইচা কমাব পাৰি, ইয়াক জনাৰ আগতে আপোনালোকে এইটো জানিব লাগিব যে, internet ৰ পৰা কিমান দিনৰ ভিতৰত পইচা কমাব পাৰি।।


 Internet ৰ পৰা কিমান দিনৰ ভিতৰত পইচা কমাব পাৰি।।।


 আপুনি internet ৰ পৰা কিমান দিনৰ ভিতৰত পইচা কমাব পাৰিব তাৰ কোনো সঠিক সীমা নাই। আপুনি যিমান সময় দিব বা আপুনি যিমান কষ্ট কৰিব যাৰ ওপৰত নিৰ্ভৰ কৰিব।।।
 কাৰণ এনে কিছুমান online work আছে যত আপুনি এদিনৰ পৰাই পইচা কমাব পাৰে। কিন্তু আন কিছুমান work আছে জোনবোৰৰ পৰা পইচা কমাব কাৰণে অলপ সময় লাগিব পাৰে।।।


 Internet ৰ পৰা পইচা কমাব পৰা 20 তা উপায়।।


 Online ঘৰত বহি পইচা কমোৱা 20 তা সহজ উপায়। মই আজি আপোনালোকক যি কেইটা উপায়ৰ কথা কম সেইবোৰ একেবাৰে real আৰু trusted হয়, জোনবোৰ মই ব্যৱহাৰ কৰিছোঁ বা বৰ্তমান লৈকে কৰি আছো।।। কাৰণ মই আপোনালোকক ভুল তথ্য দিব নিবিচাৰোঁ।।।

 তেন্তে আহক চাও কি উপায় আছে।।
 How to make money online

 1) Blogging

 Internet ৰ পৰা পইচা কমোৱা এটা সহজ উপায় হৈছে blogging, যদি আপোনাৰ লিখাৰ বহুত হেঁপাহ আছে তেন্তে আপুনি এটা blog বনাই তাত post লিখি share কৰিব পাৰে, আৰু তাৰ পৰা পইচা কমাব পাৰে। এতিয়া কথা আহিলে blogging বা blog কি হয়। তাৰ কাৰণে ইয়াত click কৰক।।।

 Blog বা website বনাবলৈ আপুনি একো খৰিচ কৰিব নালাগে, free ত blog বা website বনাব পাৰি।
তাৰ কাৰণে জানিবলৈ ইয়াত click কৰক।।
Blog কি হয়। full guide

 Blogging ৰ পৰা কেনেকৈ পইচা কমাই??

 Blogging ৰ পৰা পইচা কমাব কাৰণে আপুনি এটা blog বনাব লাগিব আৰু তাক ভালদৰে setting কৰি post লিখিব লাগিব। যেতিয়া আপোনাৰ blog ত traffic বা visitors বেছিকৈ আহিব ধৰিব তেতিয়া adsence ৰ কাৰণে apply কৰিব লাগিব। adsence approve হৈ গল আপোনাৰ blog ads show হব। আৰু যেতিয়া visitors এ আপোনাৰ পাছত পঢ়োঁতে যদি ads ৰ ওপৰত click কৰে তেতিয়া আপোনি তাৰ বিনিময়ত পইচা পাব।।
Google Adsense কি হয় জানিবলৈ ইয়াত ক্লিক কৰক

 2) affiliate marketing

 যেনেকৈ online shopping ৰ মাত্ৰা বাঢ়ি গৈ আছে, তাৰ লগে লগে এতিয়া মানুহে দোকানত গৈ বস্তু কিনাৰ সলনি online shopping কৰা বেছি পছন্দ কৰে। কাৰণ এনে কৰিলে সময়ো কম যায় আৰু যি মন তাকে চাই সহজ উপায়েৰে কিনিব পাৰি।

 কিন্তু আপোনালোকে জানেনে এই shopping site বোৰৰ পৰাও পইচা কমাব পাৰি।।
Affiliate marketing কি হয় , জানিবলৈ click কৰক

 বৰ্তমান সময়ত বহুতো shopping site ৰ company যে আপোনাক পইচা কমোৱাৰ সুবিধা দিছে।।

 ইয়াৰ কাৰণে আপোনালোকে affiliate program থকা site ত গৈ affiliate program join কৰিব লাগিব।। তাৰ পিছত সেই company ৰ product sell কৰাব লাগিব যাৰ বিনিময়ত আপোনাক সেই product বিক্ৰীৰ ওপৰত commision দিব।

 Affiliate program join কৰাৰ পিছত সেই site ৰ এটা বেলেগ dashboard আপোনালোকে দেখা পাব, আৰু তাৰ পৰাই যিকোনো product ৰ links বনাই যিকোনো social media, বা fb, whats app ৰ জৰিয়তে sell কৰিব লাগিব।

 যেতিয়া আপোনাৰ সেই links ৰ পৰা কোনোবাই যিকোনো product কিনিব তেতিয়া আপুনি commission পাব।

  3) You tube

 আপোনালোকে নিশ্চয় youtube ত video চাই কিন্তু জানেনে আপুনিও youtube channel create কৰি তাত video upload কৰি ভাল পইচা কমাব পাৰিব।।
 Online পইচা কমাব কাৰণে youtube এটা ভাল উপায় হয়। যাৰ পৰা পইচা কমাব কাৰণে যিকোনো ব্যক্তিয়ে ব্যৱহাৰ কৰিব পাৰে।
You tube কি হয় জানিবলৈ click কৰক

 Blog ৰ নিচিনা youtube তো adsence ৰ ads লগাই পইচা কমাব পাৰি।

 যদি আপোনাৰ video viral হৈ গল তেতিয়া ঘৰত বহিয়ে বহুত পইচা কমাব পাৰিব। কিন্তু আপোনাৰ video একেবাৰে real হব লাগিব, বেলেগৰ video upload কৰিলে নহব। যাৰ ফলত আপোনাৰ channel youtube এ বন্ধ কৰি দিব। আপোনাক ভাল video বনাই upload কৰিব লাগিব তেতিয়া আপোনাৰ পইচা কমোৱা ৰাস্তা সুচল হয় যাব।

 4) eBook

 যদি আপোনাৰ যিকোনো বিষয়ৰ ওপৰত ভাল জ্ঞান আছে তেন্তে আপুনি তাৰ বিষয়ে লিখিব পাৰে। আৰু তাৰ পিছত laptop বা computer মাধ্যমেৰে ebook লিখিব পাৰে পিছত তাক নিজৰ মনৰ হিচাপত বেলেগ বেলেগ দামত online বিক্ৰী কৰিব পাৰে।

 Ebook লিখাৰ পিছত এনেকুৱা এটা site ত upload কৰিব লাগিব, জোনটো company যে ebook বিক্ৰী কৰে যেনেকৈ amazon kindle এটা famous site হয়, যত আপুনি ebook upload কৰি যদি কোনোবাই ক্ৰয় কৰে তেন্তে আপুনি তাৰ পৰা ভাল income কৰিব পাৰিব।।

 5) old product sell

 আপোনালোকৰ ওচৰত এনেকুৱা বহুত বস্তু হব জোনবোৰ আপোনালোকে ব্যৱহাৰ কৰা এৰি দিলে, যেনেকৈ mobile, laptops, books ইত্যাদি । সেইবোৰ বস্তু ওলাব জোনবোৰ আপোনাৰ দৰকাৰ নাই বা বাচিব পাৰিব।

 আপুনি নিজৰ বন্ধু বান্ধৱী বা চুবুৰীয়া মানুহৰ পৰাও ব্যৱহাৰ নকৰে বস্তুবোৰ লৈ বিক্ৰী কৰিব পাৰে।

 বৰ্তমান Olx , quicker নিচিনা বহুত site আছে যত পুৰণি বস্তুবোৰ ভাল দামত বিক্ৰী কৰিব পাৰে।

 6) photos sell

 যদি আপোনাৰ photo তোলাৰ বহুত হেঁপাহ আৰু আপুনি যদি আকৰ্ষণীয় photo তুলিব পাৰে তেন্তে আপুনি সেই photo বিক্ৰী কৰিও ভাল পইচা কমাব পাৰে।

 Internet ত এনেকুৱা বহুত site আছে যিবোৰে ভাল ভাল photo কিনিব কাৰণে সদায় সাজু হয় থাকে। যেনে shutterstock, istockphoto, reativemarket etc,,,ইয়াৰ ভিতৰত যিকোনো site ত গৈ আপুনি photo বিক্রী কৰি ভাল মুনাফা পাব পাৰে।

 7) Mobile app make

 যদি আপোনাৰ ওচৰত blog বা website আছে তেন্তে আপুনি সেই blog বা website ৰ।apps বনাই পইচা কমাব পাৰে।

 যদি আপোনাৰ ওচৰত blog বা website নাই তথাপিও আপুনি apps বনাই পইচা কমাব পাৰে। তাৰ কাৰণে মাথোঁ লাগিব apps বনাব পৰা অলপ জ্ঞান।
Android app কেনেকৈ বনাই জানিবলৈ click কৰক

 যদি এবাৰ আপোনাৰ apps বনী তৈয়াৰ হৈ গল তেন্তে আপুনি তাক playstore ত online কৰিব পাৰে। লগতে windows, iphone, ipad ৰ কাৰণেও apps বনাব পাৰে।

 8) online teaching

 যদি আপুনি এজন শিক্ষক বা আপোনাৰ যিকোনো বিষয়ৰ ওপৰত ভাল জ্ঞান আছে আৰু কাৰোবাক ভালদৰে বুজাব পাৰে তেন্তে আপুনি online teaching কৰিও ভাল পইচা কমাব পাৰে।

 কাৰণ বৰ্তমান সময়ত কৰবাত গৈ class কৰাৰ সলনি বহু লোকে ঘৰত বহিয়ে অনলাইন class কৰা পছন্দ কৰে। আপুনি নিজৰ জ্ঞান আৰু interest ৰ হিচাপত online teachimg কৰিব পাৰে আৰু পইচাও কমাব পাৰে।

 Online teaching ৰ কথা কেনেকৈ গম পাব।।

  Online teach কৰিব কাৰণে internet ত বহুত site পাই যাব যত বহু লোকে অনলাইন course কৰিব আহে। যেনেকৈ udemy, skillshare আদি।।

 তেনেবোৰ site ত গৈ register কৰি আপোনাৰ online course ক document বা video মাধ্যমেৰে upload কৰিব পাৰে।  আৰু আপুনি সেই course ৰ দাম ও set কৰিব পাৰে।

 এতিয়া যদি যিকোনো মানুহে সেই course তোক কিনিব হয় তেন্তে তেওঁ সেই site ত গৈ পইচা দি কিনি লব তাৰ পিছত সেই site টোৱে অলপ।commission কাটি বাকী পইচা আপোনাক দি দিব।

 9) Freelancer

  যদি আপোনাৰ ওচৰত কিবা skill আছে, যেনে writing, coding, designing, digital marketing, logo designing, link building, seo etc ,, তেতিয়া আপুনি নিজৰ skill দেখুৱাই ও পইচা কমাব পাৰে।

 এনেকুৱা বহুত site আছে internet ত যিবোৰে আপোনাৰ skill লৈ পইচা কমোৱাৰ সুবিধা দিছে। যেনে fiverr, upwork etc,,

 10) Domain name buy।or sell

 আপোনালোকে Domain name কিনা বেছাঁ কৰিব পাৰে। এটা unique name choose কৰিব লাগিব। সেইটো কিনি আকৌ বিক্ৰী কৰিব পাৰিব ভাল দামত।।
 ধৰি লওক মোৰ website তোৰ name taratari axom. com আৰু এই নামটোকে domain name বুলি কোৱা হয়।। ইয়াক কিনিব কাৰণে বহুত website আছে। পিছত কম ভালকৈ ইয়াৰ বিষয়ে।।

 ক্ৰয় কৰাৰ পিছত ইয়াক বিক্ৰী কৰিব কাৰণে internet ত বহুতো website আছে।।। যেনে godaddy, flippa, snapnames etc,, এইবোৰত register কৰি আপোনালোকে domain বিক্ৰী কৰিব পাৰিব।।
 যদি কিনিব বিচাৰে তেন্তে godaddy, bigrock আদি বহুত site আছে, তাৰ পৰা আপোনালোকে 99, 150, 300 আদি দামত কিনি লাখ টকাত বিক্ৰী কৰিব পাৰিব।।
 যদি যাৰ বিষয়ে ভালদৰে জানিব হয় তেন্তে তলত comment কৰিব, মই video সৈতে ভালদৰে বুজাই দিম। practical কৰি।।

 11) article sell

 যদি আপোনাৰ writing skill ভাল আছে তেন্তে আপোনালোকে online article লিখিও ভাল পইচা কমাব পাৰিব।।
 Internet ত এনেকুৱা বহুতো website আছে যিবোৰে নিজৰ website ৰ কাৰণে article লিখাৰ বাবদ পইচা দিয়ে।

 Online article লিখি sell কৰিব কাৰণে iwriter, hirewriter আদি website ৰ সহায় লব পাৰে।

 এই site বোৰত আলোনালোকে এবাৰ account বনাব লাগিব, তাৰ পিছত আপোনালোকে জোনটো category ৰ article লিখিব বিচাৰিছে তাক select কৰিব লাগিব। আৰু article বিক্ৰী কৰি পইচা কমাব পাৰিব।।

 12) social networking site

 Whatsapp, ফেচবুক, instagram, twitter আদিৰ দৰে social media site আপোনালোকে সদায়ে ব্যৱহাৰ কৰে কিন্তু আপোনালোকে জানেনে যে এইবোৰৰ পৰাও পইচা কমাব পাৰি।।

 Internet ত এনেকুৱা বহুত site আছে যিবোৰে ads, product promote কৰিব কাৰণে পইচা দিয়ে।।

  ইয়াৰ কাৰণে company এ আমাক বেলেগকৈ এটা referal links দিয়ে যাক share কৰিব লাগে।।

 যেতিয়া এনে referal links বোৰ social media
platform share কৰিব আৰু কোনোবা ব্যক্তিয়ে যদি সেই links ৰ যোগেদি company website লৈ গৈ ads চাই বা কিবা product ক্ৰয় কৰে তেন্তে তাৰ বিনিময়ত আপোনালোকে পইচা পাব।

 13) website buy or sell

 আপোনাৰ ওচৰত যদি এটা website আছে আৰু সেই website ত বহুত traffic আহে তেওঁৰে আপুনি সেই website ভাল দামত বিক্ৰী কৰি পইচা কমাব পাৰে।

 এনেকৈ আপুনি বেলেগ website ক্ৰয় কৰিবও পাৰে। আৰু তাৰ পিছত সেই website ৰ পৰাও পইচা কমাব পাৰে।

 Internet ত এনেকুৱা বহুত website আছে যাৰ সহায়ত আপুনি website কিনিব বা বেচিব পাৰে।
 যেনে flippa, website acqiure, site point market আদি।।

 14) logo design

 বৰ্তমান সময়ত এইটো বহুত বেছিকৈ চলিব ধৰিছে, কাৰণ যিকোনো company এ নিজৰ brand বা website ৰ কাৰণে unique logo বনাব বিচাৰে। যাৰ কাৰণে তেনে company বোৰে পইচা দিবলৈ সাজু হৈ থাকে।।

 Fiverr, upwork নিচিনা website বোৰত logo বনোৱা কাম সহজে পাই যাব। যত নতুন website, বা you tube channel ৰ কাৰণে logo বনুৱাব বিচাৰে আৰু লগা লগে পইচা দি দিয়ে।।

 15) template design

 যদি আপোনাৰ template designing ৰ ভাল জ্ঞান আছে তেন্তে ইয়াৰ পৰাও ভাল income কৰিব পাৰে। প্ৰতিটো blog ৰ কাৰণে template জৰুৰী হয়। আৰু ভাল template ব্যৱহাৰৰ কাৰণে পইচা দিব লাগে।। গতিকে আপুনিও ভাল template বনাই পইচা কমাব পাৰে।

 16) online coding

 যদি আপোনাৰ coding বহুত ভাল আৰু আপোনি যদি ভাল programmer হয় তেন্তে online coding job কৰিও ঘৰত বহি ভাল পইচা কমাব পাৰিব।।

 Fiverr, freelancing website ত আপোনি coding job সহজতে বিচাৰি পায় যাব, যাৰ সলনি আপুনি পইচা কমাব পাৰিব।।

 17) Data entry jobs

 Data entry online পইচা কমোৱা এটা ভাল আৰু সহজ ৰাস্তা হয়, যত একো সমস্যা নাই। আপুনি সময় মতে কাম কৰিলে আৰু নিজৰ পইচা লৈ লব পাৰে।

 কিন্তু এনে কামৰ কাৰণে আপোনাৰ typing speed বহুত ভাল হব লাগিব। যদি লাহে লাহে হয় তেন্তে আজিয়ে speed বঢ়াব আৰম্ভ কৰি দিয়ক আৰু পইচা কমাব পাৰিব।।

 এটা কথা মনত ৰাখিব data entry কামৰ কাৰণে internet ত বহুত fake website আছে। যদিহে আপুনি কৰে তেন্তে প্ৰথমে company ৰ বিষয়ে ভালদৰে জানি লব যে trusted হয় নে নহয়।।

 18) Mobile apps ৰ পৰা পইচা কমাব পাৰে

 এই ক্ষেত্ৰত সকলোৱে পইচা কমাব পাৰে যিহেতু সকলো মানুহে smartphone ব্যৱহাৰ কৰে আৰু লগতে বহু apps ও।

 গতিকে আপুনি apps install কৰিও পইচা কমাব পাৰে, কিন্তু ইয়াৰ আগতে apps ক ভালদৰে review কৰি লব। কাৰণ বহুত fake apps ও আছে যিবোৰে কাম ত কৰাই লয়  কিন্তু পইচা নিদিয়ে।।

 19) online survey কৰি পইচা কমাব পাৰে

 Internet ত এনেকুৱা বহুত site আছে যত অনলাইন survey কৰি আৰু ads চোৱাৰ কাৰণে পইচা দিয়ে। প্ৰথমে আপুনি online survey কৰা trusted website চাব লাগিব কাৰণ বহুত ৱেবছাইট fake ও আছে।

 যেতিয়া trusted website ত প্ৰথমে sign in হব তেতিয়া আপোনাক daily বা weekly survey complete কৰিব দিব আৰু আপুনি ভালদৰে কৰিব লাগিব তাৰ বিনিময়ত আপুনি পইচা পাব।।

 20) short link ৰ পৰা পইচা কমাব পাৰে।

 এই মাধ্যমেৰে আপোনাৰ url links তোক link shortener ৰ সহায়েৰে short কৰিৱ আছে আৰু সকলোতে share কৰিব লাগিব। যেতিয়া এই link তোৰ ওপৰত কোনোবাই ক্লিক কৰিব তেতিয়া আপুনি তাৰ বিনিময়ত পইচা পাব।।

 Internet ত এনেকুৱা বহুত website আছে যিয়ে short link বনাই পইচা কমোৱা সুযোগ দিয়ে।। মাত্ৰ তেনে website ত এবাৰ গৈ register কৰিব লাগিব আৰু short link কৰি সকলোতে share কৰিব লাগিব।।

 Shorte.st, adfly, linkbucks etc বহুত popular ৱেবছাইট আছে যত short link create কৰি পইচা কমাব পাৰিব।।।

 21) voice to text convert কৰি পইচা কমাব পাৰি।

 যদি আপোনাৰ typing speed বহুত ভাল হয় তেন্তে এই tricks আপোনাৰ কাৰণে বহুত সহায়দায়ক হব।
ইয়াত কেৱল voice ৰ পৰা text লৈ convert কৰিব লাগে যাৰ সলনি ভাল পইচা কমাব পাৰি।।।

 এইটো একেবাৰে সাধাৰণ প্ৰক্ৰিয়া যিকোনো ব্যক্তিয়ে যাক ব্যৱহাৰ কৰিব পাৰে। ইয়াত আপোনালোকক এটা voice clip দিব জোনটো text লৈ convert কৰি লিখিব লাগে। যেতিয়া আপোনাৰ লিখা সম্পূৰ্ণ হব আৰু অলপো ভুল নহব তেতিয়া আপোনাক তাৰ বিনিময়ত পইচা দিব।।
 Upwork, elance360 আদি বহুতো internet ত site আছে যত এনে কাম সহজে পোৱা যায়।।

 মোৰ বিশ্বাস আপোনালোকে আজি নিশ্চয় internet ৰ পৰা পইচা কমোৱা কথা ভালদৰে গম পালে। আৰু আশা কৰোঁ আপোনালোকে এই tricks সমূহ চাই পইচা কমাব আৰম্ভ কৰিব। এতিয়া আপুনি ঘৰত বহিয়ে internet ৰ পৰা পইচা কমাব পাৰিব।।

 এই article ৰ জৰিয়তে আপোনালোকক মই যিমান পাৰিলোঁ বুজাব চেষ্টা কৰিলোঁ। আৰু আশাকৰোঁ আপোনালোকে বুজিও পালে। ইয়াৰ উপৰিও যদি কিবা বুজাত অসুবিধা সৈতে তেন্তে তলত কমেণ্ট কৰি জনাব মই আপোনালোকক আমাৰ you tube channel ত video সৈতে practical কৰি বুজাই দিম আৰু তেতিয়া আপোনালোকে ভালদৰে বুযি পাব।।

 আজিলৈ ইমানেই, আকৌ এটা নতুন বাৰ্তা লৈ আহিম জোনটো আপোনালোকৰ কৰিলে বহুতে helpful হব। এতিয়ালৈ ধন্যবাদ।।।।

 Author - Nekib Bhuyan