Monday, March 26, 2018

এটা blog কেনেকৈ বনায় চাওক।।


5 minute ত এটা free blog কেনেকৈ বনাব পাৰি??


 ইয়াত আপোনালোকে জানিব পাৰিব এটা free blog কেনেকৈ বনাব পাৰি Google ৰ blogger.com ৰ পৰা।

 Blog বনাবলৈ আপোনালোকে কোনো ধৰণৰ digital বা web degining ৰ course কৰিব নালাগে। সাধাৰণ internet ৰ জ্ঞান থাকিলেই হব। আজিৰ internet ত বহুত company ৰ software আছে যাক ব্যৱহাৰ কৰি আপোনালোকে কম সময়ৰ ভিতৰত এটা free blog create কৰিব পাৰিব আৰু live কৰিব পাৰিব। 

 এতিয়া মই আপোনালোকক দেখাম Google ৰ blogger platform ত কেনেকৈ blog বনাই, জোনটো একেবাৰে free আৰু trusted হয়। 


 Blog কি হয়??


Blog কি হয়, ইয়াক বুজিবলৈ যদি আপোনালোকৰ অলপ কঠিন হৈছে বা কিবা doubt আছে বা ইয়াৰ কি কি benefits আছে, ইয়াক সুন্দৰকৈ আগৰ article টোত বিৱৰণ দিছোঁ, তাত গৈ আপোনালোকে ভালদৰে বুজিব পাৰিব।।

 Blog বনাবলৈ কি কি প্ৰয়োজন হয় ??

 1) এটা gmail account (যদি এই একাউণ্ট বকনাব নাজানে তেন্তে comment ত জনাব , মই এটা ভালকৈ article লিখি দিম আপোনালোকৰ বাবে)
 2) computer, laptop ৰ লগত ভাল internet connection ( apunaluke ইয়াক mobile লটো বনাব পাৰিব, তাৰ কাৰণে আপোনানালোকৰ mobile ত chrome browser install থাকিব লাগিব)


Blog কেনেকৈ বনাই step by step , screenshot ৰ সৈতে??


 Step1 :-  apunaluke mobile/computer/laptop ত chrome browser open কৰি লব।। আৰু তাত www.blogger.com টাইপ কৰিব।।।



 Step2 :- এনেধৰণৰ  login page open হব যত google account login koribo Latino..



 Step3 :- google ৰ gmail account পৰা আপোনালোকে blogger ত login হৈ যাব। 
 Step4 :- যেতিয়া আপুনি blogger ৰ ভিতৰত সোমাই যাব তেতিয়া এটা new blog option থাকিব তাত আপুনি click কৰিব।



 Step5 :- এটা pop-up open হব, যত আপুনি আপোনাৰ blog ৰ নাম , address লিখি, এটা template select কৰি create button ত ক্লিক কৰিব। (blog address ত blogspot.com আঁতৰাব কাৰণে পিছত domain কিনি setting s কৰিব পাৰিব।)



এটা blog কেনেদৰে বনাই step by step চাবৰ কাৰণে এই video তো চাব পাৰে।

 Step6 :- congratulation বুলি লিখা আহিব যাৰ মানে হৈছে আপোনাৰ blog create হৈ গল। তাৰ পিছত আপুনি view কৰি আপোনাৰ ব্লগ দেখাত কেনেকুৱা চাব পাৰিব।


 এইটোৱে আছিল blogger.com ত free blog বনোৱা পদ্ধতি। আশাকৰোঁ আপোনালোকে এই সকলো ভালদৰে বুজি পালে আৰু আপুনিও এতিয়া free blog বনাব পাৰিব blogger.com ৰ পৰা। যদি কিবা বুজি পোৱাত অসুবিধা পাইছে তলত comment কৰিব। আৰু যদি post তো পঢ়ি ভাল লাগিলে তেন্তে share কৰিব নাপাহৰিব।  article তো পঢ়া বাবে অশেষ ধন্যবাদ।।।।

No comments:

Post a Comment