Tuesday, March 27, 2018

Blog ৰ basic settings কেনেকৈ কৰে, full guide



Blogger ত blog ৰ basic setting কেনেকৈ কৰে, চাওক।।।।


নমস্কাৰ।। মই আজি আপোনালোকক এই post তোৰ জৰিয়তে জনম যে এটা blog বনাই তাক কেনেদৰে settings কৰিব লাগে। মনত ৰাখিব blog ৰ settings এ most important part হয়। এটা blog ক ভালদৰে settings নকৰিলে আপোনাৰ blog ক Google এ ভালদৰে বুজিব নোৱাৰিব যাৰ কাৰণে আপোনাৰ post বোৰ Google ৰ front page ত নাহিব। গতিকে এই post তো ভালদৰে পঢ়ি তাৰ পিছত settings সমূহ কৰিব। এবাৰ ইয়াক ভালদৰে বুজি ললে পিছত আপোনালোকৰ settings কৰোঁতে একো অসুবিধা নহব।


 Blog কেনেদৰে settings কৰিব।।। step by step


 1)  প্ৰথমে blogger.com ত যাব তাৰ পিছত তাত login হয় যাব।
 2) তাৰ পিছত blogger dashboard click কৰিব , তাৰ পিছত settings ত click কৰিব আৰু basic click কৰিব।
 3) এতিয়া আপোনালোকে ইয়াত blog তোৰ basic settings কৰিব পাৰিব।




     ● title :- ইয়াত আপোনালোকৰ blog ৰ নাম লিখিব লাগিব। যদি সেই নামটো available নাই তেন্তে বেলেগ নাম লিখি চাব। যেনেকৈ মোৰ blog ৰ নাম taratariaxom , ঠিক এনেদৰে লিখিব।
     ● Description :- ইয়াত লিখিব লাগিব যে আপুনি blog তো কি বিষয়ৰ ওপৰত বনাইছে, তাৰ সকলো কথা লিখিব লাগিব। মনত ৰাখিব 500 শব্দৰ ভিতৰত লিখিব লাগিব।
     ● Privacy :-  ইয়াত আপোনালোকে দুয়োটা option তে yes click koribo. আৰু save changes ত click কৰি save কৰি দিব।
     ● Blog address :- আপোনাৰ blog address title ৰ লগত মিল হব লাগিব তেতিয়াহে আপোনাৰ blog SEO friendly হব। আপোনাৰ blog ৰ URL বেছি দীঘল নিদিব নহলে SEO এ আপোনাৰ blog ক চিনি বা বুজি নাপাব। গতিকে এনেকুৱা url দিব জোনটো আপোনাৰ blog ৰ লগত related আৰু SEO friendly হয়।
     ● Set up 3rd party URL :- ইয়াৰ মানে এইটো এ যে এতিয়া আপুনি জোনটো blog use কৰিছে যেনেকৈ blogspot.in বা blogspot.com সেইটো হৈছে এটা subdomain. , এই blogspot.in বা .Com তো আঁতৰাব কাৰণে আপুনি এটা custom domain কিনিব লাগিব যিকোনো 3rd party ৰ পৰা। ইয়াত 3rd party কিছুমান company বুজাইছে যিবোৰে custom domain provide কৰে। তাৰে কিছুমান company ৰ নাম হৈছে যেনে godaddy.com, bigrock.com .   এইবোৰ company এ TLD (top level domain) provide কৰে জৰ পৰা আপোনালোকে কিনি আপোনাৰ blog ত add কৰিব লাগিব। এইবোৰ company এ .Com , .In , .Org , .xyz আদি বিভিন্ন domain বিক্ৰী কৰে।
      ● HTTPS :- ইয়াৰ full form হৈছে hypertext transfer protocol secure . ইয়াক আপোনালোকে NO এ থাকিব দিব। ইয়াৰ অৰ্থ এইটোৱে যে যেতিয়া ইয়াক yes কৰিব তেতিয়া আপোনাৰ blog তো secure হয় যাব। কিন্তু ইয়াৰ কাৰণে আপোনালোকে HTTPS security licence কিনিব লাগিব।
     ● permission :- blog authors ইয়াত আপোনাৰ নাম আৰু gmail I'd দেখাব, যদি আপুনি ইয়াত আন কাৰোবাক add কৰিব বিচাৰিলে add কৰিব পাৰে। 
     ● blog readers :- ইয়াত 3 তা option আছে, তাৰ ভিতৰত আপোনালোকে public option তো click কৰিব। কিয়নো আপুনি public ক দেখাব বা share কৰিব কাৰণে Blogging কৰিছে। গতিকে ইয়াক সদায় public ৰাখিব।

 আজি এই article তোৰ জৰিয়তে গম পালে যে blog বনুৱাৰ পিছত তাৰ basic settings কিদৰে কৰে। যদি কিবা বুজি নাইপোৱা তেন্তে comment কৰিবা পাৰে।

সম্পূৰ্ণ video চাব কাৰণে আমাৰ এই  video তো চাব পাৰে। ভাল লাগিলে like, share , আৰু subscribe কৰিব।





 Note:- আজি blog সম্পৰ্কে ভালে খিনি কথা জানিলে। যদি সদায় এনেবোৰ কথা জানিব বিচাৰে বা online উপাৰ্জন কৰিব বিচাৰে তেন্তে আমাৰ এই website to subscribe কৰিব পাৰে। যাতে যেতিয়া নতুন post লিখিম তেতিয়া আপুনি ইয়াক পাই যাব। ধন্যবাদ।।।।

No comments:

Post a Comment