Wednesday, March 28, 2018

Blog ৰ full settings, কেনেদৰে কৰে


 নমস্কাৰ।।। ইয়াৰ আগতে মই আপোনালোকক এটা free blog বনাই তাৰ basic settings সমূহ দেখাইছিলো, আজি তাৰ পিছৰ settings সমূহ কেনেদৰে কৰে তাক দেখাম। গতিকে ভালদৰে পঢ়িব যাতে সহজতে আপোনালোকে settings বুজি পাই যায়। 

এটা blog বনাই তাক ভালদৰে settings কৰাটো বহুত important হয়। গতিকে আহক চাওঁ কিদৰে সম্পূৰ্ণ settings hohoje বুজি পাব পাৰি।


Blog ৰ full settings, বা সম্পূৰ্ণ settings ।।।।



 Post, comments and sharing





1) post
     ◆ show at most :- আপুনি কিমান page আপোনাৰ homepage ত show কৰাব বিচাৰিছে, তাকে box তোৰ ভিতৰত লিখি save কৰি দিব। আপোনাৰ যেনেকৈ ভাল লাগে তেনেকৈ post show কৰাব পাৰে। যেনেকৈ ওপৰত ফটোত চাব পাৰে মই 7 তা show কৰিছোঁ। কিন্তু আপোনালোকক 5 বা 6 তা post show কৰাবলৈ suggest korim..
     ◆ post template ":- ইয়াত আপোনালোকে একো কৰিব নালাগে। ইয়াক পিছত মই বহলাই কৈ দিম।
     ◆ showcase image with light box :- ইয়াত আপোনালোকে yes click কৰিব।

2) comments
     ◆ current location :- ইয়াত আপোনালোকে embedded কৰি দিব।
     ◆ Who can comment :- ইয়াত এইটোৱে বুজাইছে যে আপোনাৰ post বা article ত কোনে কোনে comments কৰিব পাৰিব। গতিকে ইয়াত anyone কৰি দিব যাতে জোনে হলেও comment দিব পাৰে।
     ◆ Comment moderation :- ইয়াত never কৰি দিব, তেতিয়া আপোনাৰ post ত যিকোনো ব্যক্তি এ যদি comment কৰিব , তেন্তে সেই comment direct আপোনাৰ post ত show হব।
     ◆ Show word verification :- ইয়াত আপোনালোকে no কৰি দিব। যদি yes কৰে তেন্তে আপোনাৰ post ত জোনে comment কৰিব তেওঁ সেই কমেণ্ট verify কৰিব লাগিব, জোনটো visitors এ বহুত বেয়া পায়। আপোনালোকে জানে যে visitors এ বেছি rules ভাল নাপায়। গতিকে একেবাৰে সহজ set কৰিব লাগিব যাতে আপোনাৰ post ত সহজে comment কৰিব পাৰে। নহলে আপোনাৰ post ত কোনেও comment নকৰিব।
     ◆ Comment form message :- ইয়াত আপোনালোকে thank you লিখি দিব। কাৰণ যেতিয়াই আপোনাৰ post ত কোনোবাই comment কৰিব তেতিয়া তেওঁ ৰ ওচৰত এই মেছেজ show হব।

3) Google+comments 
     ◆ use Google+comment on this blog:- যদি আপোনাৰ ওচৰত Google+ account আছে, তেন্তে yes কৰি দিব তেতিয়া আপোনাৰ Google + ৰ comment আপোনাৰ blog ত show  হব। যদি নাই তেন্তে no থাকিব দিব।

4) Share to Google+
     ◆ Auto share new published post to your Google+ profile :- আপোনাৰ যদি Google + profile ase,আৰু আপুনি যদি বিচাৰে যেতিয়াই নতুন post upload কৰিব তেতিয়া Google+ profile automatic share হয় যাওক, তেন্তে yes কৰি দিব। আৰু যদি নাই তেন্তে no থাকিব দিব।
     ◆ Prompt to share after posting :- সাধাৰণতে ইয়াত একো কৰিব নালাগে, যদি আপোনাৰ Auto share option তো yes থাকে তেন্তে এই option তো off hoi যাব।
      সকলোবোৰ কৰি ওপৰত save click কৰি দিব।

ইয়াৰ পিছত আপোনালোকে Email ত click কৰিব।


Email




     ◆ posting using email ":- ইয়াক disabled থাকিব দিব পিছত মই video সৈতে ভালদৰে বুজাই দিম।
     ◆Comment notification email : - ইয়াত আপোনাৰ email id তো লিখি দিব কাৰণ যেতিয়াই comment কৰিব তেতিয়া আপুনি notification পাই যাব।
     ◆ Email post to :- ইয়াত আপোনাৰ visitors ৰ email id লিখিব পাৰে। যেতিয়া আপুনি নতুন post লিখিব তেতিয়া visitors ৰ mail ত post হৈ যাব।

 সকলো কৰাৰ পিছত ওপৰৰ save button ত click কৰি দিব। তাৰ পিছত পিছৰ settings লৈ যাব।


Language and formatting settings





1) Language 
     ◆ language :- ইয়াত আপোনালোকে united states select কৰিব পাৰে।
     ◆ language transliteration :- ইয়াত Hindi select কৰি দিব। বৰ্তমান লৈকে ইয়াত 61 তা ভাষা দিয়া আছে। আখকৰোঁ সোনকালে যাতে অসমীয়া ভাষা ও আহি যাওক।
2) Formatting
      ◆Time zone :- ইয়াত আপোনালোকে Indian standard time clickকৰি দিব। তাৰ পিছৰ বোৰ নিজে set হৈ যাব।


Others setting





1) Import and back up
     ◆ content (page,post and comment ):- ইয়াত দুটা option আছে। পিছত ইয়াক video সৈতে ভালদৰে বুজাই দিম।
2) Delete blog
     ◆ Remove your blog :- eat apunaluke blog delete কৰিব বিচাৰিলে delete কৰিব পাৰে।
3) Site feed ":- ইয়াত আপোনালোকে একো কৰিব নালাগে।
4) open id :- ইয়াতো এনেদৰে থাকিব দিব।
5) adult content :- ইয়াত no থাকিব দিব।
6)  Google analytics :- একো কৰিব নালাগে।

সকলো কৰা পিছত ওপৰত save কৰি দিব। তাৰ next settings লৈ যাব।।


User setting





1) General
     ◆ user profile :- ইয়াত আপোনালোকে বেলেগকৈ profile লগাব বিচাৰিলে লগাৱ পাৰে। ইয়াত দুটা option আছে, blogger ত click কৰিলে আপুনি সকলো post নিজে share কৰিব লাগিব। আৰু Google+ click কৰিলে আপোনাৰ post automatic share হৈ যাব।
     ◆ user blogger draft :- ইয়াত no থাকিব দিব।

2) language
     ◆ language on blogger.com :- যদি আপুনি বিচাৰে যে আপোনাৰ blogger dashboard ত সকলো post English ত দেখা পাওক তেন্তে English কৰি দিব। নহলে নিজৰ ভাষা অনুযায়ী ব্যৱহাৰ কৰিব পাৰে।

ইয়াত আপোনালোকক search preference ৰ বিষয়ে নাই কোৱা, কাৰণ সেইটো বহুত important হয়, এটা blog or কাৰণে, গতিকে তাক বেলেগকৈ লিখি বুজাই দিম, আৰু লগতে আমাৰ video চাই বুজি পাব।



আজি প্ৰায়বোৰ setting ৰ বিষয়ে শিকিলে, কেনেকুৱা লাগিলে comment কৰি জনাব। যদি ভাল লাগে তেন্তে share koribo. ধন্যবাদ।।।।।

No comments:

Post a Comment