Sunday, March 25, 2018

 আজিৰ যুগত মানুহে internet ৰ পৰা বহুত পইচা কমাব ধৰিছে। লাহে লাহে সকলো online হয় আছে। আৰু আগৰ দিনবোৰত সম্পূৰ্ণ digital হয় যাব। affiliate program হৈছে এটা income কৰা ভাল আৰু সঠিক ৰাস্তা, যাৰ দ্বাৰাও ভালেখিনি উপাৰ্জন কৰিব পাৰি। আজি এই article ৰ যোগেদি মই আপোনালোকক জনাম কিছুমান website ৰ বিষয়ে যিবোৰৰ affiliate program আছে। তাৰে কেইটামান চমু বিৱৰণ ---

 top affiliate website


  1) Flipkart :- ই এটা বহিত পুৰণি e-commerce website হয়, ইয়াৰ পৰাও আপুনি ভাল income কৰিব পাৰিব। ইয়াৰ পৰা আপুনি product ৰ links নিজৰ blog বা website ত লগাব পাৰিব। যদি আপোনাৰ links ৰ পৰা কোনোবাই বস্তু কিনে তেন্তে বস্তুটোৰ দামৰ ওপৰত ভিত্তি কৰি আপোনাক commission দিব। ইয়াত আপুনি বস্তু বিক্ৰী কৰি 15% লৈকে commission পাব পাৰে। নিৰভৰ কৰিব বস্তুৰ দামৰ ওপৰত।

  2) Snap deal :- সাধাৰণতে ইয়াত সকলো প্ৰকাৰৰ এ বস্তু পোৱা যায়। যদি আপোনাৰ site ত ভাল traffic আছে তেন্তে আপুনি Snap deal ৰ পৰা ভাল income কৰিব পাৰিব। Snap deal এ আপোনাক 10% লৈকে commission দিব। আৰু ইয়াক মানুহে ভৰখাও কৰে কাৰণ ই এটা পুৰণি site হয়।

  3) Jabong :- ই বিশেকৈ কাপোৰ আৰু ফেচন ৰ কাৰণে বহুত famous site হয়। প্ৰায়বোৰ মানুহে ইয়াৰ পৰা fashion ৰ বস্তু কিনে আৰু ই এটা ডাঙৰ site হয়। আপোনালোকে ইয়াৰ পৰাও affiliate marketing কৰিব পাৰে। যিকোনো বস্তু বিকাৰ বাবদ আপোনালোকক having এ 10% লৈকে commission দিব।

  4) shadi.com :- ই এটা বহুত ডাঙৰ matrimonial site হয়। ইয়াৰ ads আপোনাৰ blog website ত লগাব পাৰে। যদি আপোনাৰ links ৰ পৰা কোনোবাই membership লয়, তেন্তে আপোনাৰ income ৰ লগে লগে bonus ও পাব। ইয়াত double benefit হয়। আপোনাৰ commission তেওঁলোকে নিৰ্ধাৰিত কৰিব।

  5) Infibeam :- ইউ এটা বহুত ভাল site হয় যাৰ পৰা আপোনালোকে ভাল income কৰিব পাৰিব। এইবোৰ site top level ৰ হয়, এইবোৰে কাৰো লগত ঢকা বাজি নকৰে। বহুত site আছে জোনবোৰে Cheat কৰে। ইয়াৰ links আপোনাৰ site ত লগাই ভাল income কৰিব পাৰে।

  6) Make mytrip :- ই এটা বহুত ডাঙৰ booking site হয়। ইয়াত sign up kora পিছত আপুনি যদি ইয়াৰ ads আপোনাৰ site ত লগাই আৰু আপোনাৰ links ৰ পৰা কোনোবাই hotel, flights আদিবোৰ booking কৰে তেন্তে তাৰ বিনিময়ত আপুনি ভাল commission পাব।

   7) Amazon:- ইয়াৰ কথা আপোনালোকে নিশ্চয় শুনি থাকে। ই এটা বহুত ডাঙৰ e-commerce.site হয়। ইয়াৰ process গোটেই world ত বিয়পি আছে। ইয়াৰ পৰাও আপোনালোকে affiliate marketing কৰিব পাৰে। product বোৰ sell কৰি বহুত উপাৰ্জন কৰিব পাৰিব।


 আজি এই 7 প্ৰকাৰৰ affiliate program site ৰ বিষয়ে গম পালে আৰু আশা কৰোঁ বুজিও পালে। ইয়াৰ পিছতো যদি আপোনাৰ কিবা সুধিব লগা থাকে নিশ্চয় comment box ত জনাব, মই তাৰ reply dim.
 ধন্যবাদ।।।।।।

No comments:

Post a Comment